অসম

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত চহিদৰ সংখ্যা ৬ জনলৈ বৃদ্ধি

ৰাজ্যত তীব্ৰতৰ ৰূপত চলি থকা নাগৰিকত্ব আইন বিৰোধী আন্দোলনৰ চহিদৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পাইছে। আৰক্ষীৰ গুলীত আহত হৈ গুৱাহাটী...

Read more

নাগৰিকত্ব (সংশোধন) আইন পুনৰ সংশোধন কৰাৰ ইংগিত অমিত শ্বাহৰ

বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইনখনত উত্তৰ-পূবৰ প্ৰয়োজনত কিছু সালসলনি ঘটোৱা হ’ব পাৰে বুলি এটা ইংগিত দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।...

Read more

প্ৰতিবাদৰ মাজতে গুৱাহাটীত নিৰুদ্দেশ হৈ আছে এজন লোক

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে চলি থকা প্ৰতিবাদৰ মাজতে ১১ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে এজন লোক। মহানগৰীৰ পৰা সন্ধানহীন হোৱা...

Read more

বজাৰত জুই; আইন শৃংখলাৰ দায়িত্ব আৰক্ষীক গতাই নিদ্ৰাত চৰকাৰ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলা প্ৰতিবাদত প্ৰায় অচল হৈ পৰা ৰাজ্যখনৰ পৰিস্থিতি চম্ভালিবলৈ কোনো তৎপৰতা নাই চৰকাৰৰ। আপাতত: ৰাজ্যখনৰ আইন...

Read more

বোকাখাতত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ চলি থকাৰ মাজতে বোকাখাতৰ চিনাকান, মেৰকান, লখৌজান আদি অঞ্চলত আজি কিছু দিন ধৰি অব্যাহত...

Read more

প্ৰতিবাদকাৰী ‘নাবালকক’ গুলিয়াই হত্যা; মানব অধিকাৰ আয়োগৰ কাষ চাপিব দিব্যজ্যোতি শইকীয়া

প্ৰতিবাদকাৰী ‘নাবালকক’ গুলিয়াই হত্যা কৰাৰ বিৰুদ্ধে শীঘ্ৰেই মানব অধিকাৰ আয়োগৰ কাষ চাপিব মানব অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই। ইতিমধ্যে বৰাই আয়োগৰ...

Read more

অসমৰ প্ৰতিবাদৰ বিষয়টো লৈ প্ৰধান মন্ত্ৰী মোদী আৰু শ্বাহক সাক্ষাৎ কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমত চলি থকা প্ৰতিবাদৰ বিষয়টো লৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত এটা দলে শীঘ্ৰেই প্ৰধান মন্ত্ৰী...

Read more

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত শ্বহীদৰ সংখ্যা ৫ জনলৈ বৃদ্ধি

পূৰ্বৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু বৰ্তমানৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে কৰা আন্দোলনত হোৱা শ্বহীদৰ সংখ্যা বৃদ্ধি পালে ৫ জনলৈ। শনিবাৰে...

Read more

প্ৰতিবাদৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে ৮৫জন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলা প্ৰতিবাদৰ সময়ছোৱাত সংঘটিত হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত ৰাজ্যখনত মুঠ ৮৫জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।...

Read more

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লীত অসমীয়াৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইন বিৰোধী শতাধিক প্ৰতিবাদকাৰীয়ে শনিবাৰে দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ সাৱ্যস্ত কৰি চৰকাৰক আইনখন বাতিল কৰিবলৈ আহ্বান জনায়। সংসদত নাগৰিকত্ব...

Read more
Page 3450 of 5576 1 3,449 3,450 3,451 5,576

Recent News