চি আই ডিৰ অভিযানত জব্দ ১০ হাজাৰ ৫০০ বটল কফ চিৰাপ; ৫ জনক গ্ৰেপ্তাৰ

আজি চি আই ডিৰ এটা দলে গুৱাহাটীৰ বিভিন্ন স্থান তথা নগাঁৱত অভিযান চলাই জব্দ কৰিছে ১০ হাজাৰ ৫০০ বটল নিষিদ্ধ কফচিৰাপ।...

Read moreDetails

অধীক্ষক ৰমেন তালুকদাৰসহ জি এম চি এইচৰ ৯জন চিকিৎসকক কুৱাৰেণ্টাইন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰক কুৱাৰেণ্টাইন কৰা হৈছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলত এই কথা...

Read moreDetails

ঔৰাংগাবাদত ৰে’লৰ খুন্দাত প্ৰব্ৰজিত শ্ৰমিক মৃত্যুৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ ৰে’ল মন্ত্ৰী পিযুষ গোৱেলৰ

মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদত শুকুৰবাৰে ৰাতিপুৱা মালবাহী ৰে’লগাড়ীয়ে ১৬ গৰাকীকৈ প্ৰব্ৰজিত শ্ৰমিকক মহটিয়াই নিয়া ঘটনাত শোক প্ৰকাশ কৰিছে ৰে’ল মন্ত্ৰী পিযুষ গোৱেলে।...

Read moreDetails

গিৰিজানন্দ চৌধুৰী ইষ্টিটিউট অফ ফাৰ্মাচিউটিকেল চায়েঞ্চৰ উদ্যোগত স্ব-নিৰ্মিত হেণ্ড চেনিটাইজাৰ বিতৰণ

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়ত দেশৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিজাণুমুক্ত কৰা হেণ্ড চেনিটাইজাৰকে আদি...

Read moreDetails

ভাৰতীয় বায়ুসেনাৰ মিগ-২৯ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ ৰক্ষা পৰিল পাইলটৰ

পঞ্জাৱৰ জলন্ধৰত প্ৰশিক্ষণৰ সময়ত ভাঙি পৰিল ভাৰতীয় বায়ুসেনাৰ এখন যুদ্ধ বিমান। ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান মিগ-২৯ পঞ্জাৱৰ জলন্ধৰত শুকুৰবাৰে দুৰ্ঘটনাত...

Read moreDetails

লকডাউনৰ বাবে ডেৰমাহ ধৰি কৰ্ণাটকত আৱদ্ধ হৈ আছে অসমৰ ২৪ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী

প্রায় ডেৰমাহ ধৰি দেশজুৰি চলি থকা লকডাউনৰ বাবে কৰ্ণাটকত আৱদ্ধ হৈ আছে অসমৰ ২৪গৰাকীকৈ ছাত্ৰ-ছাত্ৰী। কৰ্ণাটকৰ আমৰুথা আয়ুৰ্বেদা মেডিকেল কলেজত...

Read moreDetails

ট্ৰাকৰ ভিতৰত উদ্ধাৰ মুম্বাইৰ পৰা উত্তৰপ্ৰদেশলৈ আহি থকা প্ৰব্ৰজিত শ্ৰমিকৰ দল

মুম্বাইৰ পৰা উত্তৰপ্ৰদেশলৈ তিনিখন ট্ৰাকত আহি থকা অৱস্থাত প্ৰব্ৰজিত শ্ৰমিকৰ এটা দলক মুম্বাই আৰক্ষীয়ে বৃহস্পতি বাৰে উদ্ধাৰ কৰে। কলা প্লাষ্টিকেৰে...

Read moreDetails

কৰ’নাৰ ভয়াবহ আশংকা! তিনি দিনলৈ কিয় বন্ধ কৰা হ’ল বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠান?

কৰ’নাৰ ভয়াবহতাৰ আশংকা কৰি আজিৰে পৰা তিনিদিনলৈ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে মহানগৰীৰ গোপীনাথ নগৰস্থিত বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠান। সংবাদমাধ্যমৰ...

Read moreDetails

কোকৰাঝাৰত সুৰাৰ অভাৱত বন্ধ হৈ পৰিব সুৰা বিপনী; চৰকাৰক সুৰা যোগান নিশ্চিত কৰিবলৈ আহ্বান সুৰাপ্ৰেমীৰ

দেশৰ লগতে ৰাজ্যত বৰ্তমান তৃতীয় পৰ্যায়ৰ ল’কডাউন চলি আছে আৰু তৃতীয় পৰ্যায়ৰ ল’কডাউনৰ সময়ছোৱাত গ্ৰীণ জ’ন সমূহত সুৰাৰ বিপনী সমূহ...

Read moreDetails

জিঅ’ত ‘বসতি লক্ষ্মী’; অংশীদাৰিত্ব ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিল আৰু এক মাৰ্কিন কোম্পানী

কৰ’নাৰ সংহাৰৰ মাজতো ৰিলায়েন্স জিঅ’ৰ বাণিজ্যত জয়যাত্ৰা থমকি ৰোৱা নাই। ‘বাণিজ্যে বসতি লক্ষ্মী’ কথাষাৰ যেন সাৰ্থক ৰূপত খাপ খাই পৰিছে...

Read moreDetails
Page 3449 of 5984 1 … 3,448 3,449 3,450 … 5,984

Stay Connected

Recent News