DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 30, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰধান মন্ত্ৰী মোদীৰ ঘোষণাৰ পিছতে গম্ভীৰৰ মন্তব্য-‍ ‘ভাৰত আত্মনিৰ্ভৰশীল হ’ব’

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2020 8:29 am
Gautam-Gambhir-Facts-in-Hin

প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ।

503
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংহাৰ অব্যাহত থকাৰ সময়তে মঙলবাৰে নিশা ৮ বজাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰি এখন নতুন আঁচনিৰ কথা ঘোষণা কৰে।

ভাইৰাছ প্ৰতিৰোধৰ বাবে চলি থকা লকডাউনে ভাৰতৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলোৱাৰ সময়তে ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰে প্ৰধান মন্ত্ৰী মোদীয়ে।

‘আত্মনিৰ্ভৰ ভাৰত’ নামৰ অভিযানৰ জৰিয়তে এই আৰ্থিক পেকেজ ঘোষণা কৰে। এই পেকেজে কৃক, শ্ৰমিকৰ লগতে মধ্যবিত্ত শ্ৰেণাক উপকৃত কৰিব বুলি মোদীয়ে উল্লেখ কৰে।

প্ৰধান মন্ত্ৰীৰ এই ঘোষণাৰ পিছতে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বিজেপি সাংসদ গৌতম গম্ভীৰে এই আৰ্থিক পেকেজক ভাল পদক্ষেপ বুলি অভিহিত কৰিছে।

গম্ভীৰে টুইটাৰযোগে কয়, ‍‘ভাৰত আত্মনিৰ্ভৰশীল হ’ব, ধন্যবাদ প্ৰধান মন্ত্ৰী মোদী, ২০ লাখ কোটি টকাৰ এই আৰ্থিক পেকেজে ভাৰতীয় অৰ্থনীতিক এক নতুন গতি প্ৰদান কৰিব’।

INDIA CAN BECOME SELF RELIANT!

INDIA WILL BECOME SELF RELIANT!

Thank you @narendramodi ji for one of the biggest boosts to our economy! 20 Lakh Crores, almost 10% of India’s GDP will make an #AatmanirbharBharat ??

— Gautam Gambhir (@GautamGambhir) May 12, 2020

উল্লেখ্য যে প্ৰধান মন্ত্ৰী মোদীয়ে ২০ লাখ কোটি টকাৰ পেকেজে ২০২০ত ভাৰতৰ বিকাশ যাত্ৰাত এটা গতি দিব। আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প পূৰ্ণ কৰাৰ বাবে সকলো ক্ষেত্ৰতে গুৰুত্ব প্ৰদান কৰা হৈছে।

এই আৰ্থিক পেকেজে আমাৰ কুটীৰ শিল্প, ক্ষুদ্ৰ শিল্প আদিক সহায় কৰিব।

উল্লেখ্য যে, আৰ্থিক পেকেজৰ উপৰি প্ৰধান মন্ত্ৰী মোদীয়ে দেশত লকডাউনৰ সময়সীমা পুনৰ বৃদ্ধি পাব বুলি ঘোষণা কৰে। অৱশ্যে চতুৰ্থ পৰ্যায়ৰ লকডাউন নীতি-নিয়ম পূৰ্বতকৈ বহু পৰিমানে পৃথক হ’ব বুলি জনায়।

Recent News

গুজৰাট মডেল : ১৫৭ খন স্কুলৰ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে দশম শ্ৰেণীৰ পৰীক্ষাত

গুজৰাট মডেল : ১৫৭ খন স্কুলৰ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে দশম শ্ৰেণীৰ পৰীক্ষাত

জাতীয় নাৰী বাহিনীৰ নতুন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অৰুণা বৰাই

জাতীয় নাৰী বাহিনীৰ নতুন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অৰুণা বৰাই

ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব?

স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd