• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিশ্বৰ ১২৭ খন দেশৰ বাবে ভাৰতৰ চাৰিটা কোম্পানীয়ে প্ৰস্তুত কৰিব ৰেমডেছিভিৰ (remdesivir) ঔষধ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 13, 2020 10:03 am

1 min read

representive image

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

536
VIEWS
Share on FacebookShare on Twitter

গিলিয়দে ভাৰত আৰু পাকিস্তানৰ পাঁচটা ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠানক বিশ্বৰ ১২৭ দেশৰ বাবে ৰেমডেছিভিৰ ঔষধ প্ৰস্তুত কৰাৰ বাবে ৰয়োল্টি ফ্ৰী অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে।

ভাৰতৰ চাৰিটা আৰু পাকিস্তানৰ এটা কোম্পানীয়ে এই অনুজ্ঞাপত্ৰ লাভ কৰে।

গিলিয়দৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰা ভাৰতৰ কোম্পানী চাৰিটা হ’ল- চিপলা, হেটেৰো লেব, জুবিলাণ্ট লাইফষ্টাইল আৰু মাইলান।

আনহাতে, পাকিস্তানৰ কোম্পানীটো হ’ল ফিৰোজচ’নছ লেবৰটোৰিছ।

ভাৰত আৰু পাকিস্তানৰ ফাৰ্মাচিউটিকেল কোম্পানী কেইটাই ৰোয়েল্টি ফ্ৰী অনুজ্ঞাপত্ৰ লাভ কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাই কোভিড-১৯ মহামাৰীৰ সমাপ্তি ঘটা বুলি ঘোষণা নকৰালৈ আৰু ইয়াৰ ভেকচিন নোলোৱা পৰ্যন্ত এই কোম্পানী কেইটাই ৰেমডেছিভিৰ প্ৰস্তুত কৰাৰ বাবে ৰোয়েল্টি বিহীন অনুজ্ঞাপত্ৰৰে কাম কৰিব লাগিব।

উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ৰ’না সংক্ৰমিত ৰোগী সকলৰ চিকিৎসাত ৰেমডেছিভিৰ ঔষধে যথেষ্ট ফলপ্ৰসুভাৱে কাম কৰিছে বুলি জানিব পৰা গৈছে।

মূলত আফ্ৰিকাত প্ৰাদৃৰ্ভাৱ ঘটা জিকা ভাইৰাছৰ চিকিৎসাৰ বাবে এই ঔষধবিধ প্ৰস্তুত কৰা হৈছিল।

ইয়াৰ পূৰ্বে ভাৰতে বিশ্বৰ বহু কেইখন দেশলৈ হাইড্ৰ’ক্সিক্লৰ’কুইনৰ যোগান ধৰিছিল।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd