• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৫০০ খন ক্ষুদ্ৰ চিত্ৰ অংকন কৰি উৎপল শৰ্মাই নিজৰ নাম সন্নিবিষ্ট কৰিলে এচিষ্ট ৱৰ্ল্ড ৰেকৰ্ডত

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , May 13, 2020 6:50 am

1 min read

৫০০ খন ক্ষুদ্ৰ চিত্ৰ অংকন কৰি উৎপল শৰ্মাই নিজৰ নাম সন্নিবিষ্ট কৰিলে এচিষ্ট ৱৰ্ল্ড ৰেকৰ্ডত

ফটো : নৰ্থ-ইষ্ট নাও

638
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ মাজতে শিৱসাগৰৰ যুৱকৰ অভিলেখ। ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকনেৰে উজলি উঠিল শিৱসাগৰৰ ফুকন নগৰৰ উৎপল শৰ্মা নামৰ এজন যুৱক।

উৎপল শৰ্মাই অংকন কৰা চিত্ৰ সমূহ পাঁচ মিলিমিটাৰৰ পৰা বাৰ মিলিমিটাৰৰ আছিল। বিশ্বৰ বিভিন্ন বৰেণ্য ব্যক্তি, জীৱ-জন্তু, মনোমেন্টচ,  প্ৰাকৃতিক সম্পদক বিষয় হিচাপে শৰ্মাই এই ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকন কৰিছিল।

আৰ্ট পেপাৰত ৱাটাৰ কালাৰৰ সহায়ত অংকন কৰিছিল এই ৫০০ খন ক্ষুদ্ৰ চিত্ৰ। ২৭ মাৰ্চৰ পৰা ৭ এপ্ৰিললৈ এই সমূহ চিত্ৰ অংকন কৰিছি যুৱ চিত্ৰ শিল্পী গৰাকীয়ে।

উল্লেখ্য যে পণ্ডেচেৰীৰ এচিষ্ট ৱৰ্ল্ড ৰেকৰ্ড ৰিচাৰ্চ ফাউণ্ডেশ্ব্যনে বিশ্বৰ বিভিন্ন ব্যক্তিক নিজৰ প্ৰতিভাৰ জৰিয়তে নতুন কিবা আৱিস্কাৰ কৰিবলৈ আহ্বান জনাইছিল আৰু সেই আহ্বানৰ সঁহাৰি জনাই উৎপল শৰ্মাই ৫০০ খন ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এচিষ্ট ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰি সমগ্ৰ ভাৰতৰ লগতে অসম তথা শিৱসাগৰৰ নাম উজ্বলাই  তুলিলে।

ইপিনে,  ইয়াৰ পূৰ্বে উৎপল শৰ্মাই ২০১২ বৰ্ষত গ্ৰোমাইট পেপাৰত চাৰ্জিকেল ব্লেডেৰে ৩.৭ চেন্টিমিটাৰৰ বিশ্বৰ সপ্তম আশ্বৰ্য অংকন কৰি ইণ্ডিয়া বুকচ অৱ ৰেকৰ্ডচ্ নিজৰ নাম সন্নিবিষ্ট কৰিছিল।

উৎপল শৰ্মাৰ এই সাফল্যত সমগ্ৰ শিৱসাগৰবাসীয়ে প্ৰশংসা কৰাৰ লগতে তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰে।

Recent News

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

a People-In-Delhi-Shouted-

মাজনিশা ‘পাকিস্তান জিন্দাবাদ’ ধ্বনিত কঁপি উঠিল ৰাজধানী চহৰ দিল্লীৰ ৰাজপথ, কোনে দিলে এই ধ্বনি?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd