• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুৰাৰ হ’ম ডেলিভাৰিত এইখন ৰাজ্যই দিলে অনুমতি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2020 11:18 pm
Lockdown: This state in India allows home delivery of liquor
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত সুৰাৰ হ’ম ডেলিভাৰি কৰাৰ বাবে মঙলবাৰে অনুমতি প্ৰদান কৰিছে।

অৱশ্যে তাত কিছু নিৰ্দিষ্ট নিৰ্দেশনা থাকিব আৰু লকডাউন চলি থকা সময়লৈকেহে এই নিৰ্দেশ প্ৰযোজ্য হ’ব।

Apply Now

মদৰ দোকানসমূহে তেওঁলোকৰ বিক্ৰীৰ অনুমতি থকা এলেকাৰ ভিতৰতহে সুৰাৰ হ’ম ডেলিভাৰি কৰিব পাৰিব।

তাৰোপৰি সুৰাৰ ডেলিভাৰিৰ বাবে যোৱা ব্যক্তিয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক আৰু তেওঁ ছেনিটাইজাৰেৰে সঘনে হাত পৰিষ্কাৰ কৰিব লাগিব।

তাৰোপৰি সুৰা বিক্ৰীৰ অনুমতি থকা সময় আৰু দিনতহে সুৰাৰ হ’ম ডেলিভাৰি কৰিব পাৰিব।

ক’ভিড-১৯ত দেশৰ ভিতৰতে আটাইতকৈ ক্ষতিগ্ৰস্ত ৰাজ্যখনে সুৰাৰ দোকানত ভিৰ কমোৱাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে এই পদক্ষেপ লৈছে।

উচ্চতম ন্যায়ালয়ে লকডাউনৰ সময়ত সুৰা বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি কোনোধৰণৰ নিৰ্দেশ জাৰি নকৰে বুলি যোৱা ৮ মে’ত নিৰ্দেশনা দিছিল।

উচ্চতম ন্যায়ালয়ে সুৰাৰ প্ৰচলন বন্ধ কৰাৰ পৰিৱৰ্তে ৰাজ্যসমূহে সুৰাৰ অনলাইন বিক্ৰী আৰম্ভ কৰাৰ কথা ভাবিব পাৰে বুলি মন্তব্য কৰিছিল।

‘আমি কোনোধৰণৰ নিৰ্দেশ জাৰি নকৰো। ৰাজ্যসমূহে ছ’চিয়েল ডিস্টেনসিং বৰ্তাই ৰাখিবলৈ সুৰাৰ হোম ডেলিভাৰী বা পৰোক্ষভাৱে বিক্ৰী কৰাৰ কখা চিন্তা কৰিব লাগে।‘ ন্যায়ালয়ৰ নিৰ্দেশত প্ৰকাশ।

চৰকাৰী তথ্য মতে ৰাজ্যখনত এতিয়ালৈকে ২৩,৪০১গৰাকী ক’ভিড-১৯ ৰোগী চিনাক্ত হৈছে।

ইয়াৰে ৪,৭৮৬ গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে ৮৬৮গৰাকীৰ মৃত্যু হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

September 15, 2026 11:37 am
চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

September 15, 2026 10:37 am
৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

September 15, 2026 10:29 am
নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

September 15, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

September 15, 2026 11:37 am
চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

September 15, 2026 10:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd