অহা ২৬ মাৰ্চত সাহিত্য একাডেমিৰ উদ্যোগত গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অসমীয়া আৰু ইংৰাজী বিভাগৰ সহযোগত 'ইতিহাসৰ জিজ্ঞাসাত অসমীয়া সাহিত্য' শীৰ্ষক...
Read moreDetailsলোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই পট পৰিৱৰ্তন হ’বলৈ ধৰিছে উত্তৰ-পূবৰ আন ৰাজ্যৰ লগতে ত্ৰিপুৰাৰ ৰাজনীতি। আসন্ন লোকসভা...
Read moreDetails২০১৬ চনৰ অসম বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জুবিন গাৰ্গে গোৱা ‘অসমৰে আনন্দ, সৰ্বানন্দ’ শীৰ্ষক গীতটোৱে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম...
Read moreDetailsৰাজ্যত শেহতীয়াভাৱে বিষাক্ত সুৰা সেৱন কৰি ডেৰ শতাধিক লোকে কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাৰ পিছতো কোনো শিক্ষা নহ’ল? সুৰা কাণ্ডৰ...
Read moreDetailsঅৰুণাচল প্ৰদেশৰ চাংলাঙত আজি ভাৰতীয় সেনাৰ আছাম ৰাইফলছে দুৰ্ধৰ্ষ নগা উগ্ৰপন্থী সংগঠন এন এছ চি এন (আৰ)ৰ দুজন সদস্যক আটক...
Read moreDetailsতিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অসম-অৰুণাচল সীমান্তৰ জাগুনৰ টিৰাপ নৈত দেওবাৰে সলিল সমাধি ঘটিছে দেৱনাথ মানকী নামৰ এজন ব্যক্তিৰ। জানিব পৰা...
Read moreDetailsকলিয়াবৰৰ মিছাত আজি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে আন এজন গুৰুতৰভাৱে আহত হয়। নিহত...
Read moreDetailsসুদীৰ্ঘ ২২টা বছৰ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ লগত জড়িত থাকি জাতিটোৰ হকে মাত মাতি অহা উজনি অসমৰ এজন নেতা...
Read moreDetailsৰাজনীতিৰ পৰা মুক্ত নহ’ল ৰাজ্যৰ ক্ৰীড়াজগত। ৰাজ্যৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগ আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ দৰে দুটাকৈ বিভাগৰ গুৰু দায়িত্বত...
Read moreDetailsআজি পুনৰ জিভা পিছল খালে বহুবল্কী মন্ত্ৰী হিমন্তৰ। আজি সংবাদ মাধ্যমৰ আগত আগন্তুক লোকসভা নিৰ্বাচনত অসমত বিজেপিৰ আসন লাভৰ সম্ভাৱনা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd