দেশত বাল্য বিবাহ ৰোধৰ বাবে বিভিন্ন ধৰণে প্ৰচেষ্টা অৱ্যাহত থকাৰ সময়তে শুকুৰবাৰে বাইহাটা চাৰিআলি অঞ্চলৰ পৰা বাল্য বিবাহৰ ভূক্তভোগী এগৰাকী...
Read moreDetailsলোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলবোৰত প্ৰাৰ্থিত্বকেন্দ্ৰিক তৎপৰতাৰ লগতে সংঘাতৰ পৰিৱেশ এটাও সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট...
Read moreDetailsনাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি অসমীয়া জাতিক ধ্বংস কৰিব বিচৰা বিজেপিৰে সৈতে পুনৰ মিত্ৰতাৰ পাশত আবদ্ধ হোৱা অগপ নেতৃত্বৰ প্ৰতি...
Read moreDetailsদেশৰ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে ১৮ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।...
Read moreDetailsআসন্ন লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে অসমৰ ৫টা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত কৰিছে। আনহাতে, মুঠ ১০টা সমষ্টিৰ প্ৰাৰ্থীৰ চূড়ান্ত তালিকাত কংগ্ৰেছৰ কেন্দ্ৰীয়...
Read moreDetailsসংবাদ মাধ্যমে ছাৰ্জিকেল ষ্ট্ৰাইক-৩ বুলি দাবী কৰা এটা অপাৰেইশ্যনৰ অস্তিত্বকে নস্যাত কৰিছে খোদ ভাৰতীয় সেনা আৰু মিজোৰাম আৰক্ষীৰ চোৰাংচোৱা সূত্ৰই।...
Read moreDetailsবিজেপিৰে পুনৰ মিত্ৰতাৰ বিৰুদ্ধে দলৰ মজিয়াত দেখা দিয়া বিদ্ৰোহৰ অগনিক নিৰ্বাপণ কৰিবলৈ অগপ নেতৃত্বই দমনমূলক নীতিৰ আশ্ৰয় লোৱা দেখা গৈছে...
Read moreDetailsৰাজ্যবাসীক কিছুদিনৰ বাবে মিছা নাটক দেখুৱাই পুনৰ অগপ দলে বিজেপিৰ সৈতে মিত্ৰাতা কৰাত দলৰ আভ্যন্তৰত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। আজি...
Read moreDetailsআগন্তুক লোকসভা নিৰ্বাচনত অগপ -বিজেপিৰ মিত্ৰতাৰ বিৰোধিতাৰে আজি যোৰহাটত অসম গণ পৰিষদৰ কৰ্মীসকলে দলীয় কাৰ্য্যলয়ৰ পৰা তিনি নেতা অতুল বৰা,...
Read moreDetailsআগন্তুক লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহে তৎপৰতা আৰম্ভ কৰাৰ মাজতে আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে উত্তৰ-পূবৰ পাঁচখন ৰাজ্যৰ প্ৰাৰ্থীৰ তালিকা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd