DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাটত ‘নিজৰ মানুহ’ৰ হাততে জ্বলি ছাই হ’ল অতুল-কেশৱ-ফণীৰ বেনাৰ, প’ষ্টাৰ

স্মিতা ভট্টাটাৰ্য by স্মিতা ভট্টাটাৰ্য
March 15, 2019 9:39 pm
IMG-20190315-WA0064-750x375

যোৰাহাটত অগপৰ দলীয় কৰ্মীৰ প্ৰতিবাদ

843
VIEWS
Share on FacebookShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনত অগপ -বিজেপিৰ মিত্ৰতাৰ বিৰোধিতাৰে আজি যোৰহাটত অসম গণ পৰিষদৰ কৰ্মীসকলে দলীয় কাৰ্য্যলয়ৰ পৰা তিনি নেতা অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ ফটো সম্বলিত দলীয় বেনাৰ প’ষ্টাৰ ফালি-ছিঙি আঁতৰাই পেলায়।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অগপৰ অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে মন্ত্ৰিত্ব ত্যাগ কৰি খিলঞ্জীয়া জনসাধাৰণৰ পক্ষ লৈছিল। কিন্তু লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰি তিনিওগৰাকী মন্ত্ৰীয়ে মন্ত্ৰিত্ব ওভোতাই লোৱাক কেন্দ্ৰ কৰি যোৰাহাটৰ অগপ কৰ্মীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হয়।

অগপৰ ক্ষুভিত সমৰ্থকসকলে দলীয় নেতৃত্বৰ সিদ্ধান্তৰ বিৰোধিতা কৰি এনে সিদ্ধান্তই জাতীয় সত্তাক ক্ষতি কৰিব বুলি উল্লেখ কৰে।

অগপৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক নীৰেন শৰ্মাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিজেপিয়ে নিজৰ স্থিতিত অটল থকাৰ পাছতো অগপই সেই দলটোৰ সৈতে মিত্ৰতা কৰিবৰ বাবে লোৱা সিদ্ধান্তই দলটোৰ সমৰ্থক, ভোটাৰসকলৰ মাজত নেতিবাচক প্ৰভাৱ পেলাব আৰু  এনে ধৰণৰ সিদ্ধান্তৰ বাবে নিৰ্বাচনত  অগপৰ ক্ষতি হ’ব সৰ্বাধিক।

আন এজন নাম প্ৰকাশত অনিচ্ছুক দলীয় সমৰ্থকে বিজেপিৰ সৈতে মিত্ৰতা কৰা অগপৰ নেতাসকলে একমাত্ৰ গাদী, ক্ষমতা আৰু টকাৰ লালসাতে মিত্ৰতা কৰিছে বুলি অভিযোগ কৰে।

উল্লেখযোগ্য যে, আজি যোৰহাটৰ পুৰণি চাৰ্কিট হাউছ ৰ’ডত থকা অগপৰ কাৰ্য্যালয়ৰ সন্মুখত শতাধিক দলীয় কৰ্মী উপস্থিত হৈ অগপৰ তিনিজন মন্ত্ৰীৰ ফটো, বেনাৰ ছিঙি-ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে সেইবোৰ দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Recent News

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd