• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ ৫টা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা : মুঠ ১০ টা সমষ্টিৰ প্ৰাৰ্থী তালিকাত অনুমোদন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 16, 2019 6:59 am

2 min read

congress_12-768x511
529
VIEWS
Share on FacebookShare on Twitter

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে অসমৰ ৫টা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত কৰিছে। আনহাতে, মুঠ ১০টা সমষ্টিৰ প্ৰাৰ্থীৰ চূড়ান্ত তালিকাত কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে অনুমোদন জনাইছে।

প্ৰকাশ পোৱা প্ৰথমখন তালিকা অনুসৰি অসমৰ কৰিমগঞ্জত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব স্বৰূপ দাস। সেইদৰে শিলচৰত বৰ্তমানৰ সাংসদ সুস্মিতা দেবকে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

প্ৰত্যাশিতভাৱেই কলিয়াবৰত গৌৰৱ গগৈক প্ৰাৰ্থিত্ব দিয়াৰ লগতে ডিব্ৰুগড়ত কংগ্ৰেছে প্ৰাৰ্থিত্ব আগবঢ়াইছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ পৱন সিং ঘাটোৱাৰক।

আনহাতে, যোৰহাটত এগৰাকী প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইক কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

1000ac51-65a3-4c9e-b127-83045e435f28
কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে অনুমোদন জনোৱা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা।

কংগ্ৰেছৰ প্ৰথমখন ১৮ জনীয়া প্ৰাৰ্থীৰ তালিকাত মেঘালয়ৰ দুখন আসনৰ প্ৰাৰ্থীও ঘোষণা কৰা হৈছে।

তদুপৰি, ছিকিমৰ এখন আসনৰ লগতে তেলেংগানাৰ ৮খন আসন, নাগালেণ্ডৰ এখন আৰু উত্তৰ প্ৰদেশৰ এখন আসনৰ প্ৰাৰ্থীৰ নামো ঘোষণা কৰা হৈছে।

অসমৰ প্ৰথমখন তালিকাত নাম প্ৰকাশ পোৱা সুশান্ত বৰগোঁহাই থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল। কলিয়াবৰৰ গৌৰৱ গগৈ আৰু শিলচৰৰ সুস্মিতা দেব বৰ্তমানৰ সাংসদ হোৱাৰ বিপৰীতে পৱন সিং ঘটোৱাৰ ডিব্ৰুগড় সমষ্টিৰ সাংসদ হিচাপে পাঁচবাৰ বিজয়ী হৈছিল।

তদুপৰি, তেওঁ ২০১১ চনত য়ু পি এ চৰকাৰৰ ড’নাৰ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী আছিল। ইয়াৰ লগতে তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

আনহাতে, কৰিমগঞ্জৰ প্ৰাৰ্থী স্বৰূপ দাস জিলা কংগ্ৰেছৰ এগৰাকী নিষ্ঠাবান কৰ্মী তথা বিষয়ববীয়া আছিল যদিও নিৰ্বাচনী ৰাজনীতিত পূৰ্বে সফলতা লাভ কৰা নাই।

Recent News

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

Modi-2

দেশৰ ৩০০৬ টা কেন্দ্ৰত প্ৰদান কৰা হ’ব কোভিড ভেকচিন,এইসকল লোকে ল’ব নোৱাৰিব ভেকচিন

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

ভাৰত-বাংলাদেশৰ মাজত ৱাঘা সীমান্তৰ নিচিনা দৈনিক পেৰেড অনুষ্ঠিত কৰাৰ প্ৰস্তুতি

ভাৰত-বাংলাদেশৰ মাজত ৱাঘা সীমান্তৰ নিচিনা দৈনিক পেৰেড অনুষ্ঠিত কৰাৰ প্ৰস্তুতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd