• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱত প্রার্থিত্বক লৈ বিজেপিত অথন্তৰ : অনিশ্চয়তাত মন্ত্ৰী ৰাজেন গোহাঁইৰ প্ৰাৰ্থিত্ব

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2019 9:02 am
Rajen-Gohain-....

মন্ত্রী ৰাজেন গোহাঁই। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলবোৰত প্ৰাৰ্থিত্বকেন্দ্ৰিক তৎপৰতাৰ লগতে সংঘাতৰ পৰিৱেশ এটাও সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। শেহতীয়াকৈ আন কিছুমান সমষ্টিৰ দৰে নগাঁৱতো বিজেপিত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ সম্ভাৱনা বৃদ্ধি পাইছে।

কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে প্ৰতিনিধিত্ব কৰা নগাঁও লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তালিকাত বিধায়ক ৰূপক শৰ্মাৰ লগতে বিধায়িকা আঙুৰলতা ডেকাৰ নামো অন্তৰ্ভুক্ত হৈছে।

Apply Now

ইপিনে, বিধায়ক ৰূপক শৰ্মাৰ নাম প্ৰাৰ্থী তালিকাত নাম অন্তৰ্ভুক্ত হোৱাত একাংশ দলীয় কৰ্মী উৎফুল্লিত হৈ পৰিলেও এই সন্দৰ্ভত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মন্ত্ৰী ৰাজেন গোহাঁয়ে।

তাৎপৰ্যপূৰ্ণভাৱে, ৰাজেন গোহাঁইয়ে সংবাদ মাধ্যমৰ আগত ৰূপক শৰ্মাক ৰাস্তাৰ পৰা ৰাজনীতিলৈ অনা বুলি মন্তব্য কৰে। তদুপৰি, মন্ত্ৰী গোহাঁইয়ে তেওঁ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’লে আন কোনো প্ৰাৰ্থী নগাঁৱৰ পৰা জয়ী হ’ব নোৱাৰে বুলিও স্পষ্ট মন্তব্য দাঙি ধৰে।

আনহাতে, গোহাঁইৰ এনে মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক শৰ্মাই ৰাজেন গোহাঁই বিজেপিৰ বহু পুৰণি আৰু দলটোৰ বাবে ত্যাগ কৰা নেতা বুলি মন্তব্য কৰে। কিন্তু শৰ্মাই এই মুহূৰ্তত নৰেন্দ্ৰ মোডীক প্ৰধান মন্ত্ৰী পদত অধিস্থিত কৰাটোৱে প্ৰধান লক্ষ্য বুলি সোঁৱৰাই দিয়ে।

তদুপৰি, ৰূপক শৰ্মাই বিধায়ক নিৰ্বাচিত হোৱাৰ আগৰে পৰা সামাজিক আৰু সাংস্কৃতিক জগতখনৰ বাবে কাম কৰি প্ৰতিষ্ঠা লাভ কৰা বুলি ব্যক্ত কৰে। শৰ্মাই নিজে সংসদীয় সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব বিচৰা নাই বুলিও স্পষ্ট কৰি দিয়ে।

নগাঁৱত বিজেপিৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ ফলত দলটো যে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে। ৰাজেন গোঁহাইৰ টিকটকলৈ অনিশ্চয়তাৰ সৃষ্টি হোৱাৰ পাছতে নগাঁৱত বিজেপি কৰ্মীসকলৰ মাজত মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গোহাঁইৰ বিৰুদ্ধে যৌন কেলেংকাৰিকে ধৰি বিভিন্ন অভিযোগৰ বাবে ভিতৰি অসন্তুষ্ট হৈ থকা দলীয় কৰ্মীসকলে এইবাৰ পৰিৱৰ্তনৰ সপক্ষে মত ব্যক্ত কৰিছে।

ইপিনে, ৰূপক শৰ্মা আৰু ৰাজেন গোঁহাইৰ মাজত চলি থকা শীতল যুঁজখন পোহৰলৈ অহাৰ পাছতে আনগৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশী আঙুৰলতা ডেকাই অৱশেষত প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনাও নুই কৰা নাই দলৰ এক বিশ্বস্ত সূত্ৰই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

August 31, 2026 8:27 am
পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

August 31, 2026 8:14 am
গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

August 31, 2026 8:27 am
পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

August 31, 2026 8:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd