Video|| গুৱাহাটীৰ কয়লা ডিপ’ত ভৰিত শিকলি বান্ধি ওৰে ৰাতি প্ৰহাৰ অসমীয়া ট্ৰাক চালকক

কয়লা ব্যৱসায়ত ছিন্দিকে’টৰ নৈমিত্তিক অভিযোগৰ মাজতে ৰাজধানী গুৱাহাটীৰ মাজমজিয়াতে ঘটিছে অসমৰ এজন ত্ৰাক চালকক ওৰে ৰাতি ভৰিত শিকলি বান্ধি প্ৰহাৰৰ...

Read moreDetails

বান পৰিস্থিতিৰ মোকবিলাৰ বাবে শিৱসাগৰলৈ অনা হ’ব এন ডি আৰ এফৰ বৃহৎ দল

শিৱসাগৰ জিলাৰ উপায়ুক্ত ড০ এছ লক্ষ্মণনৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্য্যালয়ত অনুষ্ঠিত এখন সভাত সাম্ভাব্য বানপানীৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিভিন্ন বিভাগৰ প্ৰস্তুতি...

Read moreDetails

বৰপেটা কাৰাগাৰত কয়েদীৰ বাবে শীঘ্ৰেই স্থাপন হ’ব এটি পুথিভঁৰাল

বৰপেটা জিলা কাৰাগাৰৰ কয়েদীসকলৰ বাবে শীঘ্ৰেই মুকলি হ’ব এটি পুথিভঁৰাল। বৰপেটা সদৰ বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক গুণীন্দ্ৰ নাথ...

Read moreDetails

মহানগৰীৰ চিটিবাছৰ বাবে নতুন নিৰ্দেশনা; নিৰ্দিষ্ট ষ্টপেজত নামিব নোৱাৰিবও পাৰে আপুনি!

গুৱাহাটী মহানগৰীৰত আপুনি চিটিবাছত অহা-যোৱা কৰে নেকি? যদি কৰে তেন্তে এতিয়াৰ পৰা আপুনি কিছু ক্ষেত্ৰত সাৱধান হ’ব লাগিব। কিয়নো গুৱাহাটীত...

Read moreDetails

প্ৰতিবাদৰ নামত বন্ধ নকৰিব ৰে’লপথ: অসমৰ দল-সংগঠনৰ প্ৰতি শিলাদিত্য দেব

প্ৰতিবাদৰ নামত ৰে’লপথ অৱৰোধ নকৰিবলৈ অসমৰ প্ৰত্যেক নাগৰিক আৰু সংগঠনক আহ্বান জনাইছে হোজাইৰ বিধায়ক শিলাদিত্য দেবে। “অসমৰ প্ৰত্যেকজন নাগৰিক আৰু...

Read moreDetails

হোজাই-হবাইপুৰৰ মাজত দ্বৈত ৰে’লপথ মুকলি কৰিলে ৰাজেন গোহাঁয়ে

বৃহস্পতিবাৰে হোজাই-হবাইপুৰৰ মাজৰ ৰে’লপথচোৱাৰ দ্বৈত পথ মুকলি কৰে ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁয়ে। হোজাই ৰে’ল ষ্টে’চনৰ পৰা একেটা অনুষ্ঠানতে হোজাই,...

Read moreDetails

চহিদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক ২০ লাখ টকাৰ চেক প্ৰদান

চহিদ মনেশ্বৰ বসুমতাৰীলৈ অসম চৰকাৰে ঘোষণা কৰা ২০ লাখ টকাৰ এককালীন সাহায্য আজি বসুমতাৰীৰ পৰিয়ালৰ লোকক প্ৰদান কৰে। মুখ্য মন্ত্ৰী...

Read moreDetails

জে ডি (এছ)ত যোগদান অৰুণাচলৰ প্ৰাক্তন মুখ্য মন্ত্ৰী গেগং আপাঙৰ

অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বিজেপি নেতা গেগং আপাঙে জনতা দল ছেকিউলাৰ (জে ডি-এছ)ত যোগদান কৰিছে। অৰুণাচলৰ এগৰাকী অতি...

Read moreDetails

অকল ৰে’লত ১,৩০,০০০, নেহৰু যুৱ কেন্দ্ৰৰ ১২ হাজাৰটা পদ; লোকসভা নিৰ্বাচনৰ পূৰ্বে চাকৰিৰ বৰষুণ

’১৪ৰ সাধাৰণ নিৰ্বাচনত বছৰি ২ কোটি চাকৰি সৃষ্টিৰ প্ৰতিশ্ৰুতিৰে ৩৫ বছৰৰ তলৰ ৬৫ শতাংশ ভোটাৰবিশিষ্ট দেশ ভাৰতৰ যুৱশক্তিৰ সমৰ্থন জিনি...

Read moreDetails

প্ৰাপ্যৰ দাবীত বিশ্বনাথত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিক্ষোভ কাৰ্যসূচী

বিভিন্ন দাবীৰ সমৰ্থনত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই আজি ৰূপায়ণ কৰা ৰাজ্যজোৰা বিক্ষোভ কাৰ্যসূচীৰ অংশ হিচাপে বিশ্বনাথ চাৰ্কোল সমিতিৰ উদ্যোগত বিশ্বনাথ জিলা উপায়ুক্ত...

Read moreDetails
Page 4268 of 5638 1 4,267 4,268 4,269 5,638

Stay Connected

Recent News