বাংলাদেশৰ ৰাজধানী ঢাকাত ১৭ মে’ৰ পৰা ২০ মে’লৈ অনুষ্ঠিত হোৱা পেচাপল’ এচিয়ান চেম্পিয়নশ্চিপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাৰতে দুটা সোণ আৰু...
Read moreDetailsআলফা-স্বাধীন সংঘটিত গুৱাহাটীৰ শেহতীয়া গ্ৰেনে’দ বিস্ফোৰণৰ দৰে কাম বন্ধ কৰিবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছে হীৰেন গোহাঁয়ে। গুৱাহাটী প্ৰে’ছ ক্লাবত ’হৈ...
Read moreDetailsআজি চামগুৰি আৰক্ষীৰ জালত পৰিল বাইকসহ দুগৰাকীকৈ গভাইত বাইক চোৰ। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ সহযোগত চামগুৰি আৰক্ষীয়ে অভিযান চলাই আজি পুৱা...
Read moreDetails“গুৱাহাটী চেণ্ট্ৰেল”ৰ বিস্ফোৰণৰ মূল অভিযুক্ত তথা আলফা স্বাধীনৰ কেডাৰ বিজয় অসমক আজি তিনিচুকীয়াৰ ডুমডুমাৰ পৰা গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। প্ৰায়...
Read moreDetailsকোষাগাৰ বিষয়াৰ হেমাহিৰ বাবে অসম চৰকাৰৰ দীনদয়াল দিব্যাংগ আঁচনিৰ ধন হিতাধিকাৰীয়ে লাভ নকৰাৰ অভিযোগ তুলি আজি শতাধিক দিব্যাংগই মহানগৰীৰ বামুনীমৈদামৰ...
Read moreDetailsএতিয়া আমৰ বতৰ। বজাৰ-সমাৰ বা ৰাস্তাৰ দাঁতিত বহা ফলৰ বেপাৰীকেইজনে কাষত সজাই ঠোৱা পূৰঠ আমকেইটা দেখি আপোনাৰো নিশ্চয় মন যায়...
Read moreDetailsমোদীৰ ভাৰতে কল্পনা কৰিব নোৱাৰা এটা কাম কৰি দেখুৱাইছে বাংলাদেশে— বন্ধ কৰি দিছে পাকিস্তানী নাগৰিকৰ ভিজা। অবৈধ অনুপ্ৰৱেশকাৰী পঠোৱাৰ বাবে...
Read moreDetailsগুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত আৰম্ভ হোৱা দ্বিতীয় ইণ্ডিয়া অ’পেন বক্সিং প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিৰ বিৰুদ্ধে ৰিঙত...
Read moreDetailsনিৰ্বাচনৰ ফল ঘোষণালৈ মাত্ৰ এদিন বাকী থকা অৱস্থাত অৰুণাচল প্ৰদেশৰ পশ্চিম খুনচা বিধানসভাৰ সমষ্টিৰ এন পি পিৰ প্ৰাৰ্থী তথা বিধায়ক...
Read moreDetailsশিৱসাগৰৰ দিচাং নদীৰ ভয়াৱহ খহনীয়াৰ কৰাল গ্ৰাসত পৰি নিচিহ্ন হোৱা উপক্ৰম হৈছে ঐতিহাসিক দৌলেশ্বৰ আটাৰ থান। মহাপুৰুষীয়া পাঁচখন কাল সংহতি সত্ৰৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd