সত্ৰনগৰী বৰপেটাত ভাওনা সমাৰোহৰ শুভাৰম্ভ: আজি প্ৰদৰ্শিত হ’ব মহিলাৰ ভাওনা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ অনুপম সৃষ্টি অংকীয়া নাটকৰ অধিক প্ৰচাৰ- প্ৰসাৰ আৰু প্ৰাণৱন্ত ৰূপত গতিশীল কৰি ৰখাৰ উদ্দেশ্যে বৰপেটাত...

Read moreDetails

পুনৰ্নিৰ্মিত হ’ব হাইলাকান্দিৰ এছকে ৰয় অসামৰিক চিকিৎসালয়

পাৱাৰগ্ৰিড কৰ্প’ৰেশ্যন অব ইণ্ডিয়া, উত্তৰ পূৰ্বাঞ্চলে ইয়াৰ কৰ্প’ৰেট ছচিয়েল ৰেছপনছিবিলিটী উদ্যোগৰ অধীনত অনুমোদন কৰা ৩.৮০ কোটি টকাৰে হাইলাকান্দিৰ ১০০ বিচনাযুক্ত...

Read moreDetails

কমাৰগাঁওত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক ক’লা পতাকা প্ৰদৰ্শন

গোলাঘাট জিলা চুতীয়া ছাত্র সন্থা,গোলাঘাট জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতি,অসম জাতীয়তাবাদী যুৱ পৰিষদে শুকুৰবাৰে আহ্বান জনোৱা গোলাঘাট জিলা বন্ধৰ প্ৰভাৱ...

Read moreDetails

শিক্ষাবিদ, সমাজকৰ্মী, অভিনেতা গোলাপ গগৈৰ আকস্মিক বিয়োগত শোকস্তব্ধ জাঁজী

শিৱসাগৰ জিলাৰ চামগুৰি জেহেনীয়া গাওঁ নিবাসী বিশিষ্ট সমাজকৰ্মী তথা জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজীৰ বিষয় শিক্ষক গোলাপ গগৈৰ শুকুৰবাৰে পুৱা...

Read moreDetails

‘বিজেপি জাতিধ্বংসী’

বিজেপি অসমীয়া জাতিধ্বংসী দল, নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে শুকুৰবাৰে সন্ধিয়া বোকাখাতত জোঁৰ সমদলত মন্তব্য অগপ সভাপতি অতুল বৰাৰ। বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক...

Read moreDetails

সোঁৱৰক আই এম ডি টি অধ্যায়: সোণোৱালৰ প্ৰতি আছু

একালৰ সতীৰ্থ, বৰ্তমানৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক শুকুৰবাৰে আই এম ডি টিৰ কাহিনী সোঁৱৰাই দিছে আছুৱে। বিতৰ্কিত আইনখন বাতিলৰ বাবে...

Read moreDetails

টাকো দেবি স্মাৰক ফুটবল প্রতিযোগিতাত চিব’ বাগ আও কেবা দল বিজয়ী

নামনি ছিয়াং জিলাৰ নাৰিত থকা দয়িং ইৰিং ষ্টেডিয়ামত অনুষ্ঠিত টাকো দেবি স্মাৰক ফুটবল প্রতিযোগিতাত চিব’ বাগ আও কেবা দলে ছিয়াং...

Read moreDetails

অধ্যক্ষ হিতেন গোস্বামীৰ পত্ৰত ভীষণ ক্ষুব্ধ ৰাম মাধৱ

অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সংবাদ মাধ্যমত দিয়া বিবৃতি আৰু কেইজনমান বিজেপি বিধায়কৰ শেহতীয়া স্থিতিত ভীষণ...

Read moreDetails

ফেল’শ্বিপ বৃদ্ধিৰ দাবীত আইআইটি গুৱাহাটীৰ গৱেষকৰ ধৰ্মঘট অব্যাহত

মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়ে  সমগ্ৰ দেশৰ গৱেষকসকলৰ দাবীৰ প্ৰতি নিষ্পৃহ হৈ থকাৰ প্ৰতিবাদত গুৱাহাটীস্থ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ গৱেষকসকলে অনুষ্ঠিত কৰা...

Read moreDetails

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ক’লা পতাকাৰ সন্মুখীন লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা

ক'লা পতাকাৰ পৰা ৰেহাই পোৱা নাই বিজেপিৰ কোনো মন্ত্ৰী, বিধায়ক তথা সাংসদে। আজি তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অধীনৰ ফিল'বাৰীত...

Read moreDetails
Page 4369 of 5648 1 4,368 4,369 4,370 5,648

Stay Connected

Recent News