• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোঁৱৰক আই এম ডি টি অধ্যায়: সোণোৱালৰ প্ৰতি আছু

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 18, 2019 10:18 pm
AASU on India's New Education Policy 2020

প্ৰতীক আছুৰ।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একালৰ সতীৰ্থ, বৰ্তমানৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক শুকুৰবাৰে আই এম ডি টিৰ কাহিনী সোঁৱৰাই দিছে আছুৱে।

বিতৰ্কিত আইনখন বাতিলৰ বাবে কিয় যুঁজিছিল সেই প্ৰশ্ন নিজৰ বিৱেকক সুধিবলৈ সোণোৱালক আহ্বান জনাইছে এসময়ত তেওঁক “জাতীয় নায়ক” মুকুট পিন্ধোৱা আছুৱে।

Apply Now

বিদেশীৰ বাবে অনুকূলৰূপে পৰিচিত আইনখন বাতিলৰ বাবে যুঁজি এতিয়া নাগৰিকত্ব বিধেয়কৰ পক্ষ লোৱা বাবেই সোণোৱালক এই প্ৰশ্ন তেঁৱেই এৰি অহা সংগঠনটোৰ।

“কালি নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে মুখ্য মন্ত্ৰীয়ে যিখিনি বক্তব্য আগবঢ়াইছে তেওঁ নিজৰ বিৱেকক এবাৰ প্ৰশ্ন কৰি চাওক যে কিয় আই এম ডি টি আইন বাতিলৰ ক্ষেত্ৰত এসময়ত তেওঁ আপ্ৰাণ চেষ্টা কৰিছিল?” আহ্বান আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈৰ।

ছাত্ৰ সমাজৰ পৰা যোৱা মুখ্য মন্ত্ৰীয়ে তেওঁৰ নিজস্বতা হেৰুৱাই তথা অসম চুক্তিক নস্যাৎ কৰি এই বিলখন জাপি দিবলৈ উঠি-পৰি লাগিছে বুলিও লুৰিনে সোণোৱালক কটাক্ষ কৰে।

গগৈয়ে লগতে কয়, ‘শ্বহীদ সকলৰ ত্যাগৰ প্ৰতি যি শ্ৰদ্ধা দেখাব লাগিছিল সেয়া কৰা নাই। নাগৰিকত্ব সংশোধনী বিলখন জাপি দিবহে বিচাৰিছে।‘

আনহাতে, একেখন সংবাদমেলতে উপস্থিত থকা আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই সোণোৱালক বুৰঞ্জী বিকৃত কৰা বুলি কৈ লগতে কয় ‘বুৰঞ্জী বিকৃত কৰাটো সহজ, সৃষ্টি কৰাটোহে টান।‘

‘১৯৫০ চনৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু আৰু গৃহ মন্ত্ৰী বল্লভ ভাই পেটেলে সেইসময়ৰ শৰণাৰ্থী সকলক অসমত সংস্থাপন কৰা কথা মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ ওপৰত হেঁচা দিছিল কিন্তু গোপীনাথ বৰদলৈয়ে খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষাৰ বাবে শৰণাৰ্থীৰ বোজা অসমে নলয় বুলি স্পষ্টকৈ কৈ দিছিল।‘ সোণোৱালক এই কথা পুনৰবাৰ উনুকিয়াই দিয়ে সোণোৱালৰ একালৰ সতীৰ্থ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

ইপিনে, এতিয়াও প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই অবৈধ বাংলাদেশী জাপি দিব বিচাৰিছে কিন্তু তাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোনো বিৰোধিতা কৰা নাই  বুলি স্পষ্টকৈ মত পোষণ কৰি ভট্টাচাৰ্য্যই লগতে কয় ‘সোণোৱালে দিল্লীৰ সুৰেৰে কথা কবলৈ আৰম্ভ কৰিছে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm
পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

August 27, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd