• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অধ্যক্ষ হিতেন গোস্বামীৰ পত্ৰত ভীষণ ক্ষুব্ধ ৰাম মাধৱ

ৰুদ্ধদ্বাৰ বৈঠকত দলৰ বিধেয়ক বিৰোধী নেতালৈ কঠোৰ সাৱধান বাণী বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ

NE NOW NEWS অনুপ শৰ্মা
গুৱাহাটী , January 18, 2019 9:30 pm

2 min read

Ram Madhav unhappy over Assam legislative assembly speaker Hiten Goswami's stance on citizenship bill

ৰাম মাধৱ। সৌজন্য: thepeoplepost.com

883
VIEWS
Share on FacebookShare on Twitter

অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সংবাদ মাধ্যমত দিয়া বিবৃতি আৰু কেইজনমান বিজেপি বিধায়কৰ শেহতীয়া স্থিতিত ভীষণ ক্ষুব্ধ দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্ব।

লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিশেষকৈ সংবাদ মাধ্যমলৈ বিধান সভাৰ অধ্যক্ষৰ বিধেয়ক বিৰোধী পত্ৰই তীব্ৰ অস্বস্তিত পেলাইছে গেৰুৱা দলটোক। আৰু বৃহস্পতিবাৰে গুৱাহাটীত এক ৰুদ্ধদ্বাৰ বৈঠকত এই সন্দৰ্ভত দলৰ নেতালৈ কঠোৰ সাৱধানবাণী প্ৰেৰণ কৰিছে ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে।

“কিবা বিষয় থাকিলে প্ৰথম দলৰ মজিয়াত উত্থাপন কৰিব লাগে। ৰাজহুৱা বিবৃতিৰে বিধান সভাৰ অধ্যক্ষ আৰু বিধায়ককেইজনে কি প্ৰমাণ কৰিব খুজিছে?” ৰাম মাধৱৰ প্ৰশ্নৰে নৰ্থ ইষ্ট নাও-ত এই উদ্ধৃতি নাম প্ৰকাশ কৰিব নোখোজা বৈঠকত উপস্থিত এজন ৰাজ্যিক বিজেপি নেতাৰ। সূত্ৰ অনুসৰি বৈঠকখনত মুখ্য মন্ত্ৰী সোণোৱাল, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন কেইবাজনো নেতা উপস্থিত আছিল।

লগতে পঢ়ক– খিলঞ্জীয়াই গ্ৰহণ কৰিব নিবিচৰা কোনো কাৰ্যৰ সমৰ্থন মোৰ বিবেকে নকৰে: অধ্যক্ষ হিতেন গোস্বামী

বিজেপি সূত্ৰ মতে বিধেয়কক লৈ “দুবাৰ ভাবিব লগা নাই” বুলি বৈঠকত স্পষ্ট কৰি দিয়ে আসন্ন নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত “ক্ষতি নিৰাময়”ৰ বাবে দিল্লীৰ পৰা ঢপলিয়াই অহা নেতাজনে।

“বিধেয়কক লৈ দলৰ স্থিতি স্পষ্ট। বিধেয়কখন আইনত পৰিণত কৰি গোটেই দেশতে প্ৰয়োগ কৰিব খোজে দলে। ইয়াক লৈ দুবাৰ ভাবিব লগা নাই,” ৰাম মাধৱৰ স্পষ্টীকৰণৰ উদ্ধৃতি বিজেপি নেতাৰ।

খিলঞ্জীয়াই গ্ৰহণ কৰিব নোখোজা কোনো বিষয় বিৱেকে নামানে বুলি উল্লেখ কৰি কিছুদিন পূৰ্বে বিধেয়ক বিৰোধিতাৰ ইংগিত দিছিল বিধান সভাৰ অধ্যক্ষ গোস্বামীয়ে।

বিজেপি বিধায়ক অতুল বৰাই পূৰ্বৰে পৰা বিধেয়কৰ বিৰোধিতা কৰাৰ বিপৰীতে গোস্বামীৰ সেই বিবৃতিৰ পিছতে একেই স্থিতি ঘোষণা কৰিছিল ৰিতুপৰ্ণ বৰুৱা, পদ্ম হাজৰিকা, দেৱানন্দ হাজৰিকা আদি কেইবাজনো বিধায়কে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd