পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই আৰম্ভ কৰিব ‘অ’ আমাৰ গাঁও’ কাৰ্যসূচী

মাৰ্ঘেৰিটা উন্নয়ণ খণ্ডৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তত নবেম্বৰ মাহৰ পৰা মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই আৰম্ভ কৰিব ‘অ' আমাৰ গাঁও’ শীৰ্ষক এক...

Read moreDetails

৪ৰ্থ বৰ্গৰ খালীপদ বিলুপ্ত নকৰে চৰকাৰে; প্ৰচাৰিত বাতৰি ভিত্তিহীন, জনালে অসম চৰকাৰৰ বিত্ত বিভাগে

অসম চৰকাৰে বিভিন্ন বিভাগত খালী হোৱা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদসমূহ পূৰণ নকৰি ৰাজ্য চৰকাৰে এই কামবোৰ আউটছ’ৰ্চিং কৰিব বুলি ৰাজ্যৰ...

Read moreDetails

‘নৰ্থ-ইষ্ট অলিম্পিক গেইমছ’ত অসম পুৰুষ ফুটবল দলৰ স্বৰ্ণ জয়

অসমৰ ফুটবল প্ৰেমীৰ বাবে এক সুখবৰ। মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলস্থিত খুমান লাম্পাৰ্ক ক্ৰীড়া প্ৰকল্পত চলি থকা প্ৰথম সংখ্যক ‘নৰ্থ-ইষ্ট অলিম্পিক...

Read moreDetails

হিমন্ত বিশ্বক ৰাষ্ট্ৰীয় ৰাজনীতিলৈ বিজয়া চক্ৰৱৰ্তীয়ে বাট এৰি দিব নিজৰ ৰাজনৈতিক কেৰিয়াৰ বলিদানেৰে

নিজৰ ৰাজনৈতিক কেৰিয়াৰ বলিদানেৰে  হিমন্ত বিশ্বক ৰাষ্ট্ৰীয় ৰাজনীতিলৈ বাট এৰি দিবলৈ সাজু আছে বিজেপি নেত্ৰী বিজয়া চক্ৰৱৰ্তী। আজি এই ইংগিত...

Read moreDetails

‘আইন সকলোৰে বাবে সমান হোৱা উচিত’: পাণবজাৰ থানাত আলফা নেতা মৃণাল হাজৰিকা

“আইন সকলোৰে বাবে সমান হোৱা উচিত”, অসম আৰক্ষীৰ নিজাববীয়া (suo moto) গোচৰত পাণবজাৰ থানাত হাজিৰ হৈ দেওবাৰে এই মন্তব্য কৰিছে...

Read moreDetails

চিৰাঙত সেনা-আৰক্ষীৰ অভিযানত দুৰ্ধৰ্ষ এন ডি এফ বি (এছ)ৰ কেডাৰ আটক

চিৰাঙত যোৱা নিশা সেনা আৰু আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই এগৰাকী দুৰ্ধৰ্ষ এন ডি এফ বি (এছ)ৰ কেডাৰক আটক কৰিবলৈ...

Read moreDetails

হেমাংগ বিশ্বাসৰ জন্মদিনত ‘মৈত্ৰী সন্মিলন’ : বাঙালী সংগঠনে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিব বিচাৰিছে নেকি হেমাংগ বিশ্বাসক?

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত গুৱাহাটীত সমাৱেশ পাতিবলৈ গৈ গণবিৰোধৰ সন্মুখীন হৈ সুৰ সলোৱা ২৬টা বাঙালী সংগঠনে এইবাৰ নিজৰ ৰাজনৈতিক স্বাৰ্থত...

Read moreDetails

চলন্ত ৰে’লত উঠিবলৈ গৈ নিউ হাফলঙত মৃত্যুক সাৱটিলে এজনে

আজি দিনৰ প্ৰায় ১২ মান বজাত নিউ হাফলং ষ্টেশ্যনত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। উক্ত দুৰ্ঘটনাত শিলচৰৰ সুব্ৰত কুমাৰ পাল...

Read moreDetails

বোকাখাতত ৩৭ নং ৰাষ্ট্ৰীয় পথতে জ্বলি উঠিল চলন্ত বিস্কুটৰ ট্ৰাক

বোকাখাত নগৰৰ সমীপৰ সাপজুৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথতে আজি বিয়লি দাউ দাউকৈ জ্বলি উঠে এখন চলন্ত ট্ৰাক। এ এছ ০১...

Read moreDetails

গোলাপ ৰাভালৈ ২ লাখ টকাৰ আৰ্থিক অনুদান ঘোষণা ৰাভা হাছং পৰিষদৰ

ডব্লিউ এফ এফ-ডব্লিউ বি বি এফে য়ুৰোপৰ লিথুৱানিয়াত আয়োজন কৰা শৰীৰ চৰ্চা প্ৰতিযোগিতাত তিনিটাকৈ সোণৰ পদক অৰ্জন কৰি অসমবাসীক গৌৰৱান্বিত...

Read moreDetails
Page 4596 of 5644 1 4,595 4,596 4,597 5,644

Stay Connected

Recent News