মন্ত্ৰী ৰাজেন গোহাঁইৰ ভাবুকি!! : তল পৰি যোৱা যৌন নিৰ্যাতনৰ ঘটনাই লৈছে নতুন মোৰ

শেহতীয়াকৈ তল পৰা কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইৰ যৌন নিৰ্যাতনৰ কাহিনীয়ে এক নতুন মাত্ৰা লাভ কৰিছে। নগাঁও সদৰ আৰক্ষী থানাত...

Read moreDetails

চামগুৰি ফুড ক্ৰাফ্ট প্ৰতিষ্ঠানত ‘স্বচ্ছ অভিযানৰ এপষেক’ৰ শুভাৰম্ভণি

নগাঁও জিলাৰ চামগুৰি ৰঙাগড়াত অৱস্থিত  ফুড ক্ৰাফ্ট  প্ৰতিষ্ঠানত দেওবাৰৰ পৰা আৰম্ভ হয় স্বচ্ছতা অভিযানৰ এপষেক। অনুষ্ঠানৰ আৰম্ভণিতে মুখ্য অতিথি হিচাপে উপস্থিত...

Read moreDetails

অহা ২১ অক্টোবৰৰ ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজৰ এদিনীয়াৰ বাবে সাজু বৰ্ষাপাৰা

অহা ২১ অক্টোবৰত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখনৰ বাবে সাজু হৈ উঠিছে গুৱাহাটীৰ বৰ্ষাপাৰা...

Read moreDetails

যোৰহাট আই টি আইত বৃহৎ কেলেংকাৰি : ৫০ জন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বাতিল

শেহতীয়াকৈ যোৰহাট ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত (আই টি আই)ত ৫০ টাৰো অধিক ছীট অবণ্টন দিয়াত সংঘটিত হোৱা এক বৃহৎ কেলেংকাৰি সংঘটিত...

Read moreDetails

খিলঞ্জীয়াৰ ৰক্ষাকৱচ অবিহনে এন আৰ চিয়ে সংখ্যালঘু হোৱাৰ পৰা বচাব নোৱাৰে অসমীয়াক : উপমন্যু হাজৰিকা

এন আৰ চিয়ে অসমৰ খিলঞ্জীয়া লোকক সংখ্যালঘু হোৱাৰ পৰা বচাব নোৱাৰে। এই মন্তৱ্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী...

Read moreDetails

আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্বখনিকৰ বিশ্বকৰ্মা পূজাৰ আয়োজন

আজি অৰ্থাৎ ১৭ ছেপ্টেম্বৰত পালন কৰা হ’ব বিশ্বখনিকৰ বিশ্বকৰ্মা পূৰ্জা। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিশ্বকৰ্মা পূজা উপলক্ষে ব্যাপক আয়োজন...

Read moreDetails

হাতী ধৰা মানুহক ঠগি আত্মস্যাৎ ৩.০৫ কোটি টকা : হাতী ফান্দী ইউনিয়নৰ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

হাতী ফান্দী ইউনিয়ন পৰিচালনা কৰা ৰাজ্যিক সভাপতি ৰত্নেশ্বৰ গগৈ আৰু সাধাৰণ সম্পাদক যোগেন দোলাকাষৰীয়াৰ লগতে এগৰাকী ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতাৰ বিৰুদ্ধে...

Read moreDetails

হাফলং প্ৰেছ ক্লাবৰ নতুন সমিতি; আৱৰ্ত ভৱনত অনুষ্ঠিত হ’ল বাৰ্ষিক সাধাৰণ সভা

দেওবাৰে হাফলং প্ৰেছ ক্লাবৰ বাৰ্ষিক সাধাৰণ সভা হাফলং আবৰ্ত ভৱনত অনুষ্ঠিত হৈ যায়। বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাবৰ সভাপতি অনুপ...

Read moreDetails

দুৰ্নীতিৰ ঘাটিত পৰিণত হোৱাৰ অভিযোগ নগাঁও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় : এজাহাৰ দাখিল

নগাঁও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত দীৰ্ঘদিনে চলি আহিছে নীতি বহিৰ্ভুত কাম কাজ। উৎকোচ দিলে সকলো সম্ভৱ এই কাৰ্যালয়ত, নিদিলে নীতিগতভাৱে...

Read moreDetails

বাওঁ মহাজোঁটে দখল কৰা জে এন য়ুৰ ছাত্ৰ একতা সভালৈ অসমৰো দুগৰাকী ছাত্ৰী নিৰ্বাচিত

আজি ঘোষিত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসমৰ দুগৰাকী ছাত্ৰীয়েও জয়লাভ কৰিছে। ছাত্ৰী দুগৰাকীৰ নাম হ’ল সৃজনী...

Read moreDetails
Page 4729 of 5646 1 4,728 4,729 4,730 5,646

Stay Connected

Recent News