• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাওঁ মহাজোঁটে দখল কৰা জে এন য়ুৰ ছাত্ৰ একতা সভালৈ অসমৰো দুগৰাকী ছাত্ৰী নিৰ্বাচিত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 17, 2018 9:26 am

1 min read

Karabi_Shrjani

জে এন য়ুৰ ছাত্ৰ একতা সভালৈ নিৰ্বাচিত কৰবী কাকতী আৰু শ্ৰীজনী ভাস্ব মহন্ত (বাওঁফালৰ গৰাকী)।

363
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষিত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসমৰ দুগৰাকী ছাত্ৰীয়েও জয়লাভ কৰিছে।

ছাত্ৰী দুগৰাকীৰ নাম হ’ল সৃজনী ভাস্ব মহন্ত আৰু কৰবী কাকতী। দুয়োগৰাকী বাওঁপন্থী মহাজোঁটৰ প্ৰাৰ্থী। সৃজনী ভাস্ব মহন্ত স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰী হোৱাৰ বিপৰীতে কৰবী কাকতী হ’ল গৱেষক ছাত্ৰী।

উল্লেখযোগ্য যে দেশৰ ভিতৰতে শ্ৰেষ্ঠ বিশ্ববিদ্যালয়বোৰৰ অন্যতম জে এন য়ুৰ এই বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বাওঁপন্থী মহাজোঁটে সকলো পদ দখল কৰে। গেৰুৱা বাহিনীৰ ছাত্ৰ সংগঠন এ বি ভি পি বাওঁপন্থী মহাজোঁটৰ হাতত সকলো কেইখন আসনতে ধৰাশায়ী হয়।

সভাপতিৰ পদত এন ছাই বালাজীয়ে এ বি ভি পিৰ প্ৰাৰ্থীজনক আধাতকৈও অধিক ভোটত পৰাজিত কৰে। সাধাৰণ সম্পাদকৰ পদত জয়ী হয় আয়েজাজ আহমেদ।

আনহাতে অসমৰ সৃজনী ভাস্ব মহন্ত আৰু কৰবী কাকতী নিৰ্বাচিত হৈছে বিশ্ববিদ্যালয়খনৰ স্কুল অব ইণ্টাৰনেশ্যনেল ষ্টাডিজৰ কাউঞ্চিলৰ পদত।

Recent News

dc-Cover-fosgj

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd