• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অহা ২১ অক্টোবৰৰ ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজৰ এদিনীয়াৰ বাবে সাজু বৰ্ষাপাৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2018 10:29 am
barsapara-570x320

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২১ অক্টোবৰত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখনৰ বাবে সাজু হৈ উঠিছে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম।

অহা ১১ নৱেম্বৰলৈকে চলিবলগীয়া দুয়োখন দেশৰ এই শৃংখলাটোত দুখন টেষ্ট মেচ, পাঁচখন এদিনীয়া আৰু তিনিখন টি-টুৱেন্টি খেল অন্তৰ্ভুক্ত হৈছে।

Apply Now

সাত সপ্তাহ জুৰি চলিবলগীয়া এই ঘৰুৱা শৃংখলাটো ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অহা ৪ অক্টোবৰত ৰাজকোটত এখন টেষ্ট মেচৰে আৰম্ভ কৰিব। এছিয়া কাপৰ অন্ত পৰাৰ এসপ্তাহতকৈয়ো কম দিনৰ ভিতৰতে এইখন খেল অনুষ্ঠিত হ’ব। শৃংখলাৰ দ্বিতীয়খন টেষ্ট অহা ১২ ৰ পৰা ১৬ অক্টোবৰলৈকে হায়দৰাবাদত অনুষ্ঠিত হ’ব।

আনহাতে, পাঁচখনীয়া এদিনীয়া শৃংখলাটোৰ প্ৰথমখন খেল অহা ২১ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে দ্বিতীয়খন ২৪ অক্টোবৰত ইণ্ডোৰত আৰু তৃতীয়খন ২৭ অক্টোবৰত পুনেত অনুষ্ঠিত হ’ব।

এদিনীয়া শৃংখলাটোৰ চূড়ান্ত খেল দুখন মুম্বাই আৰু থিৰুৱনন্থপুৰমত ক্ৰমে ২৯ অক্টোবৰ আৰু ১ নৱেম্বৰত অনুষ্ঠিত হ’ব।

এদিনীয়া শৃংখলাটো সমাপ্ত হোৱাৰ পিছতে তিনিখনীয়া টি-টুৱেন্টিৰ শৃংখলাটো আৰম্ভ হ’ব। সূচী অনুসৰি প্ৰথমখন টি-টুৱেন্টি ৪ নৱেম্বৰত কলকাতাত, ৬ নৱেম্বৰত লক্ষ্ণৌত আৰু ১১ নৱেম্বৰত চেন্নাইত অনুষ্ঠিত হ’ব।

এছিয়া কাপত ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে নেখেলে যদিও ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে হ’বলগীয়া ঘৰুৱা শৃংখলাত অধিনায়কগৰাকীয়ে যোগদান কৰিব।

ইপিনে অহা ২১ অক্টোবৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰিকেট প্ৰেমী উৎসাহিত পৰিছে। বিশেষকৈ কোহলীৰ নেতৃত্বৰ টীম ইণ্ডিয়াৰ খেলুৱৈসকলৰ উজ্জীৱিত প্ৰদৰ্শন চাবলৈ অধীৰ আগ্ৰেহেৰে অপেক্ষা কৰিছে যুৱ ক্ৰিকেটট প্ৰেমীসকল।

অহা ১৯ অক্টোবৰত দুয়োটা দলৰে খেলুৱৈসকল আহি গুৱাহাটীত উপস্থিত হ’বহি।

উল্লেখযোগ্য যে বিগত ২০১৭ চনৰ অক্টোবৰত বৰ্ষাপাৰাত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আন্তৰ্জাতিক টি-টুৱেন্টি মেচখন অনুষ্ঠিত হৈছিল য’ত অষ্ট্ৰেলিয়াই দুই উইকেটত বিজয় সাৱ্যস্ত কৰিছিল।

উক্ত মেচখন সমাপ্ত হোৱাৰ পিছতে অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলৰ বাছখনত কোনো দুস্কৃতিকাৰীয়ে শিল দলিওৱাৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছিল। সেয়েহে আয়োজকসকলে এইবাৰ সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা বুলি জানিব পৰা গৈছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd