• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্বখনিকৰ বিশ্বকৰ্মা পূজাৰ আয়োজন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2018 8:34 am
517
VIEWS
Share on FacebookShare on Twitter

আজি অৰ্থাৎ ১৭ ছেপ্টেম্বৰত পালন কৰা হ’ব বিশ্বখনিকৰ বিশ্বকৰ্মা পূৰ্জা। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিশ্বকৰ্মা পূজা উপলক্ষে ব্যাপক আয়োজন কৰা হৈছে।

বিভিন্ন কাৰখানা, ছপাশাল আদিৰ উপৰি যান-বাহনৰ গৰাকীসকলেও জাক-জমকতাৰে বিশ্বকৰ্মা পূজা উদ্‌যাপনৰ প্ৰস্তুতি চলাইছে।লগতে সজা পৰাই তোলা হৈছে পূজা মণ্ডপ সমূহো।

উল্লেখযোগ্য যে আজি বিশ্বকৰ্মা পূজা উপলক্ষে নীলাচল পাহাৰৰ নামনিত থকা উত্তৰ-পূবৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰতো পূজাৰ ব্যাপক আয়োজন কৰা হৈছে। ভক্তসকলে আজি পূজা আগবঢ়োৱাৰ উদ্দেশ্যে এই মন্দিৰত ভিৰ কৰিবহি।

ইফালে বিশ্বকৰ্মা পূজা উপলক্ষে মহানগৰীৰ প্ৰায় প্ৰতিখন বজাৰেই বিশ্বকৰ্মাৰে মূৰ্তিৰে ভৰাই তোলা হৈছে। আকৃতি অনুসৰি ১৫০ টকাৰ পৰা ৫ হাজাৰ টকালৈ মূৰ্তিৰ দাম নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে আন একাংশই ব্যৱসায়ীয়ে আকৌ বিশ্বকৰ্মা পূজাৰ সুযোগ লৈ পূজাৰ সামগ্ৰীবোৰৰ অভাৱনীভাৱে  মূল্য বৃদ্ধি কৰা দেখা গৈছেে। এটা কলপুলি প্ৰায় ২০০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে পদুম ফুলৰ কলিৰ দাম ১০টকা, নাৰ্জি ফুলৰ একোডাল মালাৰ দাম ৩০ টকালৈ বৃদ্ধি পোৱাৰ লগতে পঞ্চপল্লৱ এমুঠিৰ দাম ১০০ টকা, এমুঠা আম পাতৰ দাম ৫০ টকা, মাটিৰ টেকেলি ৩০ টকাৰ পৰা ৩৫ টকালৈ বৃদ্ধি পাইছে।

সমান্তৰালকৈ ফলমূলৰ বজাৰতো বিশ্বকৰ্মা পূজা উপলক্ষে ফলমূলৰ দাম বহু বৃদ্ধি পোৱা দেখা গৈছে। কিন্তু ইয়াৰ মাজতে আজি ৰাজ্য জুৰি পালন কৰা হ’ব বিশ্বকৰ্মা পূজা।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd