নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত ঢেকীয়াজুলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সমদল
নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিয়ে আজি ঢেকীয়াজুলিত এক প্ৰতিবাদী সমদল বাহিৰ কৰে৷ ঢেকীয়াজুলি চহৰৰ...
Read more