সমগ্ৰ ৰাজ্যৰ লগতে জন্মভূমি শদিয়াতো সুধাকণ্ঠৰ ৯২তম জন্ম দিৱস উদযাপন

সমগ্ৰ ৰাজ্যৰ লগতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মভূমি তিনিচুকীয়া জিলাৰ শদিয়াতো উলহ মালহেৰে তেখেতৰ ৯২তম জন্মদিৱস উদযাপন কৰা হয়। এই উপলক্ষে শদিয়াৰ ৰুক্মিণী উদ্যানত অসমীয়া...

Read moreDetails

আজিৰ দিনত বড়োলেণ্ডৰ সম্ভাৱনা একেবাৰেই নাই : হীৰা শৰণীয়া

“আজিৰ তাৰিখত বড়োলেণ্ডৰ সম্ভাৱনা একেবাৰেই নাই।” এই তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰিছে কোকৰাঝাৰৰ সাংসদ তথা প্ৰাক্তন আলফা হীৰা শৰণীয়াই। বড়োলেণ্ডৰ দাবীত অবিৰত...

Read moreDetails

চাৰিদিন ধৰি ১০৮ আৰু ১০২ স্বাস্থ্যসেৱা অচল, তাৰ পিছতো জি ভি কেক প্ৰশ্ন কৰিবলৈ হিমন্তৰ সাহস নাই কিয়? : অখিল গগৈ

চাৰিদিন ধৰি ১০৮ আৰু ১০২ জৰুৰীকালীন স্বাস্থ্যসেৱা অচল কৰি এই সেৱাত নিয়োজিত কৰ্মচাৰীসকলে কৰি থকা প্ৰতিবাদৰ কাষত আজি থিয় দিলে...

Read moreDetails

ব্ৰহ্মপুত্ৰৰ নাও দুৰ্ঘটনাই অধিক শংকিত কৰি তুলিছে মাজুলীবাসীক; মাজুলীতো হ’ব পাৰে অনুৰূপ ঘটনা

শেহতীয়াকৈ ৰাজ্যখনৰ শিৱসাগৰৰ দিখৌ নদী আৰু গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত দুটাকৈ শোকাৱহ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীবাসীকো ব্যথিত কৰি তোলে।...

Read moreDetails

ভুল তাৰিখতে জন্ম দিৱস পাতি সুধাকণ্ঠক সুঁৱৰিছে অসমীয়াই!

৮ ছেপ্তেম্বৰৰ জন্ম দিৱসত অসমজুৰি সুধাকণ্ঠ স্মৰণ চলি থকাৰ পৰতে ধুবুৰীৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই ভূপেন হাজৰিকাই...

Read moreDetails

এন আৰ চিৰ খচৰাত বিদেশীৰ নাম সোমোৱাৰ পাছতো নিমাত দেশৰ মহাপঞ্জীয়ক : অভিজিৎ শৰ্মা

অসমীয়া মানুহৰ বহু আকাংক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত দেখা দিয়া বিসংগতি সন্দৰ্ভত দেশৰ মহাপঞ্জীয়কৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰিছে অসম পাব্লিক...

Read moreDetails

অহা বছৰৰ ভিতৰত গুৱাহাটীৰ পৰা ছিংগাপুৰ আৰু থাইলেণ্ডলৈ পোনপটীয়া বিমানসেৱা

অহা বছৰৰ ভিতৰত গুৱাহাটীৰ পৰা ছিংগাপুৰ আৰু থাইলেণ্ডলৈ পোনপটীয়া বিমানসেৱাৰ প্ৰচলন কৰা হ’ব। এই কথা আজি জানিবলৈ দিছে অসামৰিক বিমান...

Read moreDetails

বৰপেটাত ফিল্ম চচাইটিৰ উদ্যোগত ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন

সুধাকণ্ঠ ড0 ভূপেন হাজৰিকাৰ ৯২ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বৰপেটা চহৰত আজি ভূপেন হাজৰিকাৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ৷...

Read moreDetails

বিশ্ব ফিজিঅ’থেৰাপি দিৱস: গুৱাহাটী প্ৰে’ছ ক্লাবত আয়োজন বিনামূলীয়া শিৱিৰ

বিশ্ব ফিজিঅ’থেৰাপি দিৱস উপলক্ষে ৮ ছেপ্তেম্বৰত গুৱাহাটী প্ৰে’ছ ক্লাবত সাংবাদিকসকলৰ বাবে এক বিনামূলীয়া স্বাস্থ্য শিৱিৰ আয়োজন কৰা হয়। শনিবাৰে প্ৰে’ছ...

Read moreDetails

কার্বি আংলঙ জিলাৰ চন্দ্ৰ সিং ৰংপী গাঁৱত ছাত্ৰ-ছাত্ৰীৰ মাজত আৰণ্যকৰ সজাগতা সভা

ৰাজ্যৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যক আৰু কার্বি আংলঙ জিলাৰ পশুপালন ও পশু চিকিৎসা বিভাগৰ উদ্যোগত ৬ চেপ্তেম্বৰত কাজিৰঙাৰ গাতে লাগি...

Read moreDetails
Page 5069 of 5956 1 5,068 5,069 5,070 5,956

Stay Connected

Recent News