দৰঙত সক্ৰিয় বেংক হেকাৰ চক্ৰ, এজনক আটক
দৰঙত এটা বেংক হেকাৰ চক্ৰ সক্ৰিয় হৈ থকাৰ খবৰে জিলাখনৰ বিভিন্ন বেংকত ধন জমা ৰখা সাধাৰণ গ্ৰাহকসকলৰ মাজত উদ্বেগৰ সৃষ্টি...
Read moreদৰঙত এটা বেংক হেকাৰ চক্ৰ সক্ৰিয় হৈ থকাৰ খবৰে জিলাখনৰ বিভিন্ন বেংকত ধন জমা ৰখা সাধাৰণ গ্ৰাহকসকলৰ মাজত উদ্বেগৰ সৃষ্টি...
Read moreঅসম চৰকাৰে গুৱাহাটীত নিৰ্মাণ কৰিব সংহত সঞ্চালকালয় চৌহদ। মঙলবাৰে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত তেওঁৰ সভা কক্ষত আয়োজিত ৰাজ্যৰ সাধাৰণ প্ৰশাসন আৰু সচিবালয়...
Read moreগুৱাহাটীৰ দাঁত বিশেষজ্ঞ ডঃ বীৰেন্দ্ৰ নাথ পাটগিৰীয়ে অহা ২৩ ফেব্ৰুৱাৰিত আবেলি ৩ বজাৰ পৰা ৬ বজালৈ গুৱাহাটী প্ৰে’ছ ক্লাবত হ’ব...
Read more‘নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপি চৰকাৰে শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল’ বুলি দাবী কৰি অসম শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চ -ই অসমৰ ‘অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহক...
Read moreযুৱক-যুৱতীসকলক প্ৰশিক্ষণৰ লগতে উদ্দ্যোগীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে সোমবাৰে জনতা ভৱনত আযোজিত এক পৰ্যালোচনা সভাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ সকলো...
Read moreভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া ৰাজীৱ লোচন বৰঠাকুৰে চেন্ট্ৰেল ব’ৰ্ড অফ ফিল্ম চাৰ্টিফিকেশ্যন (চিবিএফচি)ৰগুৱাহাটী আঞ্চলিক কাৰ্যালয়ত যোগদান কৰিছে। আঞ্চলিক কাৰ্যালয়টোৰ...
Read moreমৰিগাঁৱৰ জাগিৰোডস্থিত নগাঁও কাগজ কল পুনৰিজ্জীৱিত কৰাৰ উদ্দেশ্যে কাগজ কলত আজি পুৱাৰে পৰাই প্ৰতিবাদত নামিছে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে।...
Read moreবিশিষ্ট নাট্যকাৰ প্ৰয়াত অৰুণ শৰ্মাৰ কালজয়ী নাট ‘আহাৰ’ অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ...
Read moreহাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমদিনা পৰীক্ষা চলি থকাৰ সময়তে হোৱাটছ্এপ যোগে প্ৰশ্নকাকত ফাদিল কৰা ঘটনাক লৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ এগৰাকী...
Read moreডিমা হাচাওৰ বিভিন্ন প্ৰান্তৰ মহিলা সকল একত্ৰিত হৈ আজি দিছপুৰ লাষ্টগেটত এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। কিছুদিন আগতে মাইবঙত...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd