হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শীৰ্ষত ধেমাজি জিলা; সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ ওদালগুৰিত

২০১৮ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৰ্বৰ ধাৰাবাহিকতা বজাই ৰাখি ৭৯.৭৬ শতাংশৰ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে বান বিধ্বস্ত...

Read moreDetails

মেট্ৰিকৰ ফলাফলত ছাত্ৰীক চেৰ পেলাই ছাত্ৰৰ আধিপত্যঃ উত্তীৰ্ণৰ হাৰ ৮.১ শতাংশ বৃদ্ধি

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুযায়ী ছাত্ৰীক চেৰ পেলাই আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ’ল ছাত্ৰই। উল্লেখযোগ্য যে চলিত বৰ্ষত...

Read moreDetails

দ্বিতীয়- পঞ্চম স্থান দখল কৰি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীলৈ গৌৰৱ কঢ়িয়ালে অবিনাশ- নিবিড়ে

সদ্যঘোষিত হাইস্কুল- হাইমাদ্ৰাজা পৰীক্ষাৰ ফলাফলত সাফল্যৰ ধাৰা অব্যাহত ৰাখি পুনৰ উজলি উঠিবলৈ সক্ষম হ’ল পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমী। ঘোষিত ফলাফল...

Read moreDetails

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪ কৃতীমানে উজলালে বৰপেটা জিলাৰ মান

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বৰপেটা জিলাৰ চাৰিগৰাকী কৃতীমানে প্ৰথম দহটা স্থানত স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই...

Read moreDetails

নগাঁৱৰ বৰকলাত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনৰ জোঁৰ সমদল

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত বহস্পতিবাৰে সন্ধিয়া নগাঁও জিলাৰ বৰক'লা অঞ্চলৰ ৰাজপথত সদৌ তিৱা ছাত্ৰ সন্থা, বৰক'লা আঞ্চলিক সমিতিয়ে জোঁৰ...

Read moreDetails

মেট্ৰিকৰ ফলাফলক লৈ মাজুলীত অঘটন: পৰীক্ষাৰ্থীৰ আত্মহননৰ চেষ্টাক লৈ চাঞ্চল্য

মেট্ৰিক- হাইমাদ্ৰাছাৰ ফলাফল ঘোষণাক লৈ সমগ্ৰ ৰাজ্যখনতে উছৱমুখৰ পৰিৱেশে বিৰাজ কৰি থকাৰ মাজুলীত সংঘটিত হল এক অনাকাংক্ষিত ঘটনা। জানিব পৰা...

Read moreDetails

অসম হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান ধুবুৰীৰ মীজানুৰ ৰহমানৰ

আজি ঘোষিত হোৱা অসম হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত ধুবুৰীস্থিত কামানদাংগা হাই মাদ্ৰাছাৰ মহম্মদ মীজানুৰ ৰহমানে সৰ্বমুঠ ৫৫৬ নম্বৰ লাভ কৰি প্ৰথম...

Read moreDetails

মেঘালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত তুৰাৰ শ্বেৰউড স্কুলৰ জয় যাত্ৰা

মেঘালয় ব’ৰ্ড অফ স্কুল এডুকেশ্যনৰ অধীনত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বা দশম শ্ৰেণীৰ ফলাফল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা বা...

Read moreDetails

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯১.৫ শতাংশ নম্বৰেৰে উত্তীৰ্ণ জনপ্ৰিয় কণ্ঠ শিল্পী নাহিদ আফ্ৰিন

আজি ঘোষণা কৰা হ'ল বহু প্ৰত্যাশিত অসমৰ ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। শিক্ষা জীৱনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা বুলি বিবেচনা কৰা...

Read moreDetails

ডিগবৈত ভাৰতীয় মহিলা ক্ৰিকেট ‘এ’ দলৰ সদস্যা মনীষা দাসক সম্বৰ্ধনা

ভাৰতীয় মহিলা ক্ৰিকেট ‘এ’ দলৰ সদস্যা, অসম কন্যা মনীষা দাসক বৃহস্পতিবাৰে ডিগবৈৰ লুইত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত আৰ ডি শৈক্ষিক আৰু...

Read moreDetails
Page 5128 of 5644 1 5,127 5,128 5,129 5,644

Stay Connected

Recent News