এন আৰ চি পৰীক্ষণ : সাতখন ৰাজ্যই এতিয়াও ঘুৰাই পঠোৱা নাই এখনো পৰীক্ষিত নথি
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ দ্বিতীয় পৰ্যায়ত বংশবৃক্ষ পৰীক্ষণৰ কাম পুনৰ আৰম্ভ হৈছে যদিও সাতখন ৰাজ্যই অসম চৰকাৰে পৰীক্ষণৰ বাবে পঠোৱা...
Read moreৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ দ্বিতীয় পৰ্যায়ত বংশবৃক্ষ পৰীক্ষণৰ কাম পুনৰ আৰম্ভ হৈছে যদিও সাতখন ৰাজ্যই অসম চৰকাৰে পৰীক্ষণৰ বাবে পঠোৱা...
Read moreৰাজ্যখনত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতৰ স্বৰূপ উদঙাই এইবাৰ যোৰহাটত সংঘটিত হ’ল বাঘ হত্যাৰ আন এক ঘটনা। জীৱশ্ৰেষ্ঠৰ হিংসাৰ বলি হৈ...
Read more২৭ ফেব্ৰুৱাৰিৰ মেঘালয় নিৰ্বাচনলৈ মাত্ৰ ন দিন বাকী থকা অৱস্থাত সন্দেহযুক্ত জি এন এল এ’ (Garo National Liberation Army) উগ্ৰপন্থীয়ে...
Read moreনাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ১৯৫ গৰাকী প্ৰাৰ্থীৰ ১০০ গৰাকীয়েই কোটিপতি। ২৭ ফেব্ৰুৱাৰিত হ’ব লগা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামাৰ...
Read moreদেওবাৰে গোলাঘাট জিলাৰ দেৰগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত বাদুলীপাৰত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাৰ ফলত দুজনকৈ যুৱকৰ মৃত্যু হয়। প্ৰাপ্ত তথ্য...
Read moreদেওবাৰে মহানগৰীৰ খানাপাৰা পশু চিকিৎসালয় মহাবিদ্যালয়ত এক উত্তেজনাৰ সৃষ্টি হয়। চালকৰ সাক্ষাৎকাৰৰ দিন স্থিগত ৰখাক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি...
Read moreচন ১৯৮৩| জুয়ে পোৰা তিৰাশী| আমি তেতিয়া হাইস্কুলীয়া ছাত্ৰী| বাতৰিকাকত আৰু ৰেডিঅ’ৰ মাধ্যমেৰে আন্দোলনৰ খবৰবোৰ পাইছিলোঁ| ঘৰৰ ডাঙৰবিলাকৰ চিন্তিত মুখবিলাকে...
Read moreকোৱা লোকৰ সংখ্যা তেনেই কম হোৱা বাবে পৃথিৱীৰ পৰা নোহোৱা হোৱাৰ দিশত গতি কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ ১২ টাকৈ ভাষা। ভাৰত চৰকাৰৰ...
Read more'অসমৰ আৰ্থ-সামাজিক উত্তৰণৰ ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ শক্তিশালী ভূমিকা আছে। চাহ জনগোষ্ঠীৰ লোকসকলে নিজৰ দক্ষতা আৰু যোগ্যতাৰ বিশ্ব বুকুত এক সুকীয়া...
Read moreতেজপুৰ আইন মহাবিদ্যালয়ে ‘খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰৰ দিশৰ পৰা অসমত ভূমি আইনসমূহৰ সংশোধনৰ প্ৰয়োজনীয়তা’ শীৰ্ষক এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰিছে অহা...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd