অটল অতুল : সৃষ্টিনগৰৰ নিৰ্মাণৰ কাম বন্ধ নহ’লে চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হ’বলৈও সাজু বিধায়ক বৰা

‘চৰকাৰৰ দলৰ মানুহ মই, যেতিয়ালৈকে এইবোৰ চলি থাকিব, তেতিয়ালৈকে মই মাত মাতি যাম, কৰ্তৱ্য পালন কৰি যাম। চৰকাৰে ব্যৱস্থা গ্ৰহণ...

Read moreDetails

বালিপৰাত গৰাখহনীয়াৰ কবলত কেইবাখনো গাঁও; পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষুব্ধ গাঁওবাসী

শোনিতপুৰ জিলাৰ বালিপৰাত গৰাখহনীয়াৰ কবলত পৰিছে কেইবাখনো গাঁও, ইয়াৰে ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং শান্তিপুৰ গাঁও আজিও চৰকাৰী বিভিন্ন আঁচনিসমূহৰ পৰা বাৰে...

Read moreDetails

চৰকাৰৰ অৱহেলা : মাৰ্ঘেৰিটাত পথৰ ওপৰেৰে নাও চলাই প্ৰতিবাদ যুৱ-ছাত্ৰ পৰিষদৰ

পৰিৱৰ্তনৰ শ্ল'গানেৰে শাসনৰ বাঘজৰী হাত লৈ অসমবাসীক উন্নয়নৰ ন ন স্বপ্ন দেখুওৱা বিজেপি নেতৃত্বাধীন ৰাজ্যৰ শাসনাধিষ্ঠিত মিত্ৰজোঁট চৰকাৰখনৰ গড়কাপ্টানী মন্ত্ৰী...

Read moreDetails

বোকাখাতৰ যোগনীয়া আটি গাঁৱত শোকাবহ পথ দুৰ্ঘটনা; ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল শিশুৰ

বোকাখাত মহকুমাৰ যোগনীয়া আটি গাঁৱত আজি বিয়লি এক শোকাবহ পথ দুৰ্ঘটনা সংঘৰ্টিত হয়। পথ দুৰ্ঘটনাটোত এখন  ডাম্পাৰৰ খুন্দাত এটি শিশুৰ...

Read moreDetails

অসমৰ আৰক্ষী অধীক্ষক পৰ্য্যায়ত সাল-সলনি

অসম আৰক্ষীৰ আৰক্ষী অধীক্ষক পৰ্য্যায়ত আজি ২৭ জুনত কিছু সাল-সলনি কৰা গৈছে। হামৰেনৰ আৰক্ষী অধীক্ষক ইনাম-উল-হক-মেগনুক উত্তৰ গুৱাহাটীৰ মান্দাকাটাস্থিত চি...

Read moreDetails

টেম্পাৰিঙৰ অভিযোগ : নিৰ্বাচনী ফলাফলক কেন্দ্ৰ কৰি দুই যুৱ কংগ্ৰেছী ফৈদৰ ৰাজপথতে মাৰপিট

ৰিপুন বৰাৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অৱস্থা ক্ৰমান্বয়ে দুৰাৱস্থাৰ পিনে ঢাল খোৱা বুলি এচাম কংগ্ৰেছীয়ে অভিযোগ তোলাৰ সময়তে আজি...

Read moreDetails

মাজুলীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন সৰবৰাহকাৰী আটক

শেহতীয়াভাৱে ঐতিহ্যমণ্ডিত মাজুলী গাঞ্জা আৰু অবৈধ সুৰাৰ যেন ঘাটি হৈ পৰিছে। সমগ্ৰ বিশ্বতে শংকৰী সাহিত্য,কলা, সংস্কৃতিৰ কেন্দ্ৰস্থল হিচাপে পৰিগণিত মাজুলীত...

Read moreDetails

কাজিৰঙাৰ গঁড় হত্যাত জড়িত এজন চোৰাংচিকাৰী আটক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ চোৰাং চিকাৰৰ সৈতে জড়িত নৰেন শইকীয়া নামৰ এজন চোৰাং চিকাৰীক মঙলবাৰে বন বিভাগে গ্ৰেপ্তাৰ কৰিছে ৷...

Read moreDetails

মাৰ্ঘেৰিটা মহকুমাৰ ১২টা জ্বলন্ত সমস্যা সমাধানৰ দাবী টাই আহোম যুৱ পৰিষদৰ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ ১২ টাকৈ ৰাজহুৱা স্বাৰ্থজড়িত হৈ থকা জ্বলন্ত সমস্যা ক’ল ইণ্ডিয়াৰ যোগেদি সমাধান কৰাৰ দাবীত বিগত বৰ্ষত...

Read moreDetails

দৰমহা আসোঁৱাহ সমিতিৰ একপক্ষীয় নীতিক কলেজ কৰ্মচাৰী সন্থাৰ গৰিহণা; ৭ জুলাইত জৰুৰী সভা

সপ্তম দৰমহা আয়োগৰ ভিত্তিত নিৰ্ণীত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ গাঁথনিত থকা ত্ৰুটি পৰ্য্যালোচনাৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া দৰমহা...

Read moreDetails
Page 5309 of 5950 1 5,308 5,309 5,310 5,950

Stay Connected

Recent News