বি টি এ’ ডিত চৰকাৰে ৰহস্যজনকভাৱে বাঢ়িবলৈ দিছে সাম্প্ৰদায়িক উত্তেজনা : অজনজাতীয়ৰ ভূমি অধিকাৰক লৈ উৰ্খাও গৌড়া ব্ৰহ্ম

বি টি এ’ ডিত ‘ন্যস্ত ৰাজনৈতিক স্বাৰ্থৰ বাবে বিভিন্ন মহলে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিৰ চেষ্টা কৰিছে’  আৰু ‘চৰকাৰে ৰহস্যজনকভাৱে এই উত্তেজনা...

Read moreDetails

কে’ পি এল টি (অস্ত্ৰবিৰত) গোটৰ গৃ্হ সচিব চংচাৰ কাথাৰক সকীয়নি আলোচনাবিৰোধীৰ

কে’ পি এল টি(অস্ত্ৰবিৰত) গোটৰ গৃ্হ সচিব চংচাৰ কাথাৰে কে’ পি এল টি (আলোচনাবিৰোধী) বুলি কোনো সংগঠন নাই বুলি কৰা...

Read moreDetails

ৰাজ্যৰ মীন পালন খণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব মুখ্য মন্ত্ৰী সোণোৱালৰ

ৰাজ্যখনে যাতে মৎস উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’ব পাৰে আৰু মীন পালন খণ্ডত অধিক সংখ্যক যুৱক-যুৱতীৰ কৰ্ম সংস্থাপনৰ পথ সুগম হয়...

Read moreDetails

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কোষাধ্যক্ষ আৰু সহ গাণনিক

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কোষাধ্যক্ষ দীপেন শৰ্মাৰ লগতে সহ গাণনিক। দুৰ্নীতি নিবাৰক শাখাই আজি সোমবাৰে দুয়োকে গ্ৰেপ্তাৰ...

Read moreDetails

ডিব্ৰুগড়ৰ বাণীপুৰ ৰেইলৱেই ষ্টেইশ্যনত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

আজি ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’লৱে’ ষ্টেইশ্যনত অমৃতসৰ-ডিব্ৰুগড় এক্সপ্ৰেছৰ (15934) পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ–শস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোৰ লগতে সমগ্ৰ চহৰখনতে চাঞ্চল্যৰ...

Read moreDetails

অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ পদাৰ্থ বিজ্ঞানৰ প্ৰশ্নকাকত ‘ফাদিল’!

অসম উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ চলি থকা পৰীক্ষাৰ ৯ মাৰ্চত হ’ব লগা পদাৰ্থ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি গুৰুতৰ অভিযোগ...

Read moreDetails

কংগ্ৰেছত বাঢ়িছে দলীয় কন্দল : এইবাৰ ৰকিবুল আৰু দুলু আহমেদৰ বাকযুদ্ধ

নিৰ্বাচনী বিপৰ্য্যয় চলি থকাৰ মাজতে কংগ্ৰেছ দলটোক দলত চলি থকা অভ্যন্তৰীণ বিবাদেও ভিতৰি জুৰুলা কৰিছে। অলপতে পাৰ হৈ যোৱা অনিল...

Read moreDetails

বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সামৰি নিটি আয়োগৰ উপাধ্যক্ষৰ সৈতে মুখ্য মন্ত্ৰীৰ বৈঠক

জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভা কক্ষত আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু নিটি আয়োগৰ উপাধ্যক্ষ ড০ ৰাজীৱ কুমাৰৰ মাজত ৰাজ্যখনৰ...

Read moreDetails

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৫ৰ পৰা ২৮ মাৰ্চলৈকে হ’ব গঁড় গণনা : সোমবাৰে জাননী জাৰি উদ্যান সঞ্চালকৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ২৫ৰ পৰা ২৮ মাৰ্চলৈকে হ’ব গঁড় গণনা (Rhino Population Estimation 2018)। উদ্যানখনৰ সঞ্চালক আকাশ দীপ বৰুৱাই...

Read moreDetails

স্বচ্ছ ভাৰত মিচনৰ অধীনত ডিমৌত স্বচ্ছতা সম্পৰ্কে সজাগতা সভা

ডিমৌ নগৰ সমিতিৰ উদ্যোগত স্বচ্ছ ভাৰত মিচনৰ অধীনত স্বচ্ছতা সম্পৰ্কে সজাগতা অনাৰ উদ্দেশ‍্যে আজি ডিমৌৰ ছেইন্ট জনছ্ স্কুলত এখন সজাগতা...

Read moreDetails
Page 5400 of 5644 1 5,399 5,400 5,401 5,644

Stay Connected

Recent News