যোৰহাটৰ এখন গাঁওৰ মহিলাসকলে জৈৱিক কৃষিৰ এটা প্ৰকল্প হিচাপে আৰম্ভ কৰি তাক এটা পৰিৱেশ সংৰক্ষণ আন্দোলনলৈ পৰ্যৱসিত কৰি তুলিলে। এই...
Read moreDetailsশুকুৰবাৰে সন্ধিয়া বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সকলো গাৱঁৰ গাওঁৰক্ষী বাহিনীৰ সভাপতি, সম্পাদক, গাওঁৰ সচেতন নাগৰিক, সমাজ সেৱক-সেৱিকা, বিভিন্ন...
Read moreDetailsধেমাজি জিলাৰ চিলাপথাৰত শুকুৰবাৰে এখন বিশাল গণ সমাবেশত হাজাৰ হাজাৰ লোক সমবেত হৈ কেন্দ্ৰীয় চৰকাৰক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ...
Read moreDetailsট্ৰাইবেল কো’অপাৰেটিভ মাৰ্কেটিং ডেভেলপমেণ্ট ফেডাৰেশ্যন লিমিটেড, চমুকৈ ট্ৰাইফেডৰ ব’ৰ্ড অব ডাইৰেক্টৰ্ছে কাৰ্যভাৰ গ্ৰহণ কৰিছে। ট্ৰাইফেড হৈছে দেশখনৰ জনজাতীয় লোকসকলৰ আৰ্থ-সামাজিক...
Read moreDetailsবুধবাৰে এখন হোটেলৰ পৰা মেজৰ নীতিন লিটুল গগৈৰ সৈতে আটক কৰা কাশ্মীৰি ছোৱালীজনীয়ে ন্যায়িক দণ্ডাধীশৰ আগত প্ৰকাশ কৰিছে যে তেওঁ...
Read moreDetailsনাগৰিকত্ব সংশোধনী বিধেয়কখন পৰ্যালোচনাৰ বাবে গঠিত যুটীয়া সংসদীয় সমিতিৰ শুকুৰবাৰে আয়োজন কৰা বিশেষ বৈঠকখন শেষ মুহূৰ্তত বাতিল কৰা হয়। মূলত:...
Read moreDetailsৰাজ্যখনৰ মুখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰীকে ধৰি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক কটু ভাষাৰে সমালোচনা কৰি য়ু টিউবত ভিডিঅ’ আপল’ড কৰা...
Read moreDetailsবোকাখাত মহকুমাৰ মাজুলী ( Majuli )ৰ সীমাত, ব্ৰহ্মপুত্ৰৰ বুকুৰ লহৰ চাপৰিত আজি ২৫ মে’ত এটা সামূহিক গৃহৰ আধাৰশিলা স্থাপন কৰা...
Read moreDetailsসমগ্ৰ ৰাজ্যতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সকলক লৈ এক আনন্দময় পৰিৱেশে বিৰাজ কৰি থকাৰ মাজতে আজি বৰপেটা জিলাৰ...
Read moreDetailsদক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলাৰ প্ৰথম গৰাকী সাংবাদিক খগেন বায়নৰ বাৰ্ধক্য জনিত কাৰণত আজি ২৫ মে’ৰ পুৱা নিজ বাসগৃহত মৃত্যু...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd