• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত ট্ৰাইফেডৰ ব’ৰ্ড অব ডাইৰেক্টৰ্ছৰ কাৰ্যভাৰ গ্ৰহণ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 26, 2018 8:26 am
New board of Director takes office in TRIFED Kokrajhar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ট্ৰাইবেল কো’অপাৰেটিভ মাৰ্কেটিং ডেভেলপমেণ্ট ফেডাৰেশ্যন লিমিটেড, চমুকৈ ট্ৰাইফেডৰ ব’ৰ্ড অব ডাইৰেক্টৰ্ছে কাৰ্যভাৰ গ্ৰহণ কৰিছে। ট্ৰাইফেড হৈছে দেশখনৰ জনজাতীয় লোকসকলৰ আৰ্থ-সামাজিক বিকাশৰ বাবে গঠিত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অন্তৰ্গত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমবায় অনুষ্ঠান। কালি ২৫ মে’ত ট্ৰাইফেডৰ সাধাৰণ সভা এখন অনুষ্ঠিত হৈছিল আৰু এই সভাত ১১ গৰাকী ব’ৰ্ড অব ডাইৰেক্টৰ্ছক নতুনকৈ দায়িত্বভাৰ অৰ্পণ কৰা হয়।

নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰা ব’ৰ্ড অব ডাইৰেক্টৰ্ছে বিকাশৰ ক্ষেত্ৰত কাম কৰি থকা অন্য সহযোগীসকলৰ সৈতে একেলগে কাম কৰি জনজাতীয় লোকসকলৰ উৎপাদিত সামগ্ৰীৰ বাবে এখন সাৰ্বজনীন আৰু বহনক্ষম বজাৰ সৃষ্টি কৰি জনজাতীয় লোকসকলৰ অৰ্থনৈতিক অৱস্থা আৰু জীৱন-ধাৰণৰ মান উন্নত কৰাৰ  ট্ৰাইফেডৰ উদ্দেশ্যক  আগবঢ়াই লৈ যাব।

Apply Now

ব’ৰ্ড অব ডাইৰেক্টৰ্ছে আৰু জনায় যে জনজাতীয় লোকসকলৰ উৎপাদিত সামগ্ৰীৰ বাবে এখন উন্নত বজাৰৰ ব্যৱস্থা কৰি আৰু উৎপাদিত সামগ্ৰীৰ বাবে নিম্নতম সমৰ্থন মূল্য নিৰ্ধাৰণ, বনজ সামগ্ৰীসমূহৰ মূল্য সংযোজন কৰি জনজাতীয় কৃষকসকলৰ সামৰ্থ্য গঠন আৰু  সম্পদ যথেষ্ট বৃদ্ধি কৰি ট্ৰাইফেডে জনজাতীয় লোকসকলৰ বাবে এটা বহনক্ষম জীৱিকা ব্যৱস্থাৰ সৃষ্টি কৰিব।

সমাজকৰ্মী আৰু স্তম্ভ লেখিকা প্ৰতিভা ব্ৰহ্মক ট্ৰাইফেডৰ উপাধ্যক্ষ হিচৈপে নিৰ্বাচিত কৰা হৈছে। উল্লেখ্য যে তেওঁ হৈছে এই পদৱীত অধিস্থিত প্ৰথমগৰাকী মহিলা। তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে আন্তৰিকতাৰে কাম কৰিব। অসমৰ জনজাতিসকল বিশেষকৈ মহিলাসকলৰ পৰম্পৰাগত কাম কিছুমানত দক্ষতা আছে আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ বাবে সেই দক্ষতাসমূহ আৰু অধিক উন্নত কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd