• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ

পঞ্জাৱৰ বাসিন্দা দম্পতীহালে সন্তানৰ সৈতে ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছত যাত্ৰা কৰিছিল। তেওঁলোকৰ হাতত থাৰ্ড ক্লাছ এচি কম্পাৰ্টমেণ্টৰ টিকট আছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2026 12:35 pm
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰে’লৰ এচি কম্পাৰ্টমেণ্টত যাত্ৰা কৰিছিল এহাল দম্পতীয়ে। অভিযোগ অনুসৰি ৰে’লখনৰ পৰা নগদ ধন আৰু সোণৰ গহনা থকা এটা বেগ চুৰি হয়। বেগটোত সোণৰ মংগলসূত্ৰও আছিল। ৫ বছৰ পূৰ্বে এই ঘটনাত গ্ৰাহক সুৰক্ষা আয়োগত গোচৰ তৰিছিল দম্পতীহালে। সেই গোচৰত পঞ্জাৱৰ পাঠানকোটৰ গ্ৰাহক সুৰক্ষা আয়োগে ভাৰতীয় ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে।

গোচৰৰ বিবৰণ অনুসৰি ২০২১ চনত এই ঘটনাৰ সূত্ৰপাত। ১৪ ডিচেম্বৰত পঞ্জাৱৰ বাসিন্দা দম্পতীহালে সন্তানৰ সৈতে ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছত যাত্ৰা কৰিছিল। তেওঁলোকৰ হাতত থাৰ্ড ক্লাছ এচি কম্পাৰ্টমেণ্টৰ টিকট আছিল।

Apply Now

অভিযোগ অনুসৰি ট্ৰেইনৰ ভিতৰৰ পৰা তেওঁলোকৰ এটা হেণ্ডবেগ চুৰি হৈছিল। সেই বেগটোত প্ৰায় ১৫ গ্ৰাম ওজনৰ সোণৰ মংগলসূত্ৰ এডাল আছিল। ইয়াৰ বাহিৰেও নগদ পাঁচ হাজাৰ টকা আৰু বেংকৰ পাছবুক আছিল।

ঘটনাৰ পিছতে তেওঁলোকে এই সমগ্ৰ বিষয়টো আৰ পি এফ আৰু টি টি ইক অৱগত কৰে। দিল্লী পোৱাৰ লগে লগে তেওঁলোকে জিৰ’ এফআইআৰ দাখিল কৰে আৰু পিছত গ্ৰাহক সুৰক্ষা আয়োগৰ ওচৰত ৰে’লৱেৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। গোচৰৰ সময়ত উত্তৰ ৰে’লৱেই দাবী কৰিছিল যে ষ্টেচনত এজাহাৰ সময়মতে দাখিল কৰা হোৱা নাছিল।

অৱশ্যে অভিযোগকাৰীয়ে অভিযোগৰ তথ্য আৰ পি এফ আৰু টি টি ইক দিছিল। ইয়াৰ লগতে পৰিয়ালটোৱে নতুন দিল্লী ষ্টেচনত দাখিল কৰা জিৰ’ এফআইআৰৰ তথ্যও দাখিল কৰে। আনহাতে, আয়োগে সেইদিনা কোচ এটেণ্ডেণ্ট আৰু ৰে’লৰ আৰ পি এফৰ ডিউটি ​​ৰষ্টাৰৰ কপি বিচাৰিছিল যদিও ৰে’লৱেই জমা দিব নোৱাৰিলে।

এই গোচৰৰ ৰায়দানত আয়োগে উত্তৰ ৰে’লৱেক দোষী সাব্যস্ত কৰে। আয়োগৰ সভাপতি কুলৱিন্দৰ সিং পান্নু আৰু আয়োগৰ সদস্য ৰাজকুমাৰ শুক্লাইও কয় যে ৰে’লৱেই পৰিয়ালটোক উপযুক্ত সুৰক্ষা আৰু সেৱা আগবঢ়োৱা নাছিল। এই ক্ষেত্ৰত ৰে’লৱেক হেৰুৱা সামগ্ৰীৰ ক্ষতিপূৰণ হিচাপে ৭০ হাজাৰ টকা আৰু পৰিয়ালৰ মানসিক হাৰাশাস্তিৰ বাবে ১০ হাজাৰ টকা দিবলৈ নিৰ্দেশ দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ

ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ

July 14, 2026 12:35 pm
ৰাজনীতি: সত্তা আৰু শঠতা

ৰাজনীতি: সত্তা আৰু শঠতা

July 14, 2026 11:42 am
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী আসনৰ নিৰ্বাচন: প্ৰচাৰ অভিযান আৰম্ভ কৰিলে ভাৰতে, প্ৰতিদ্বন্দ্বী কোন?

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী আসনৰ নিৰ্বাচন: প্ৰচাৰ অভিযান আৰম্ভ কৰিলে ভাৰতে, প্ৰতিদ্বন্দ্বী কোন?

July 14, 2026 10:56 am
আকৌ কাঠগৰাত ডবল ইঞ্জিন চৰকাৰ! ‘লড়কি বহিন যোজনা’ত ৩,৫৪১ কোটি টকাৰ অনিয়মৰ ইংগিত CAG-ৰ

আকৌ কাঠগৰাত ডবল ইঞ্জিন চৰকাৰ! ‘লড়কি বহিন যোজনা’ত ৩,৫৪১ কোটি টকাৰ অনিয়মৰ ইংগিত CAG-ৰ

July 14, 2026 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ

ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ

July 14, 2026 12:35 pm
ৰাজনীতি: সত্তা আৰু শঠতা

ৰাজনীতি: সত্তা আৰু শঠতা

July 14, 2026 11:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd