দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক তেল উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ এটা গুৰুত্বপূৰ্ণ বিভাগ বন্ধ হোৱাৰ উপক্ৰম হৈছে। অইল ইণ্ডিয়া লিমিটেডে...
Read moreDetails২০১৮ বৰ্ষৰ জীৱন শিল্পী আদ্য শৰ্মা বঁটা প্ৰদান কৰা হয় বিশিষ্ট নাট্য শিল্পী দুলাল ৰয়ক। গুৰুজী আদ্য শৰ্মাৰ তৃতীয় মৃত্যু...
Read moreDetailsগুৱাহাটীৰ হাতীগাঁৱত ২১ ফেব্ৰুৱাৰীৰ দিনা অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা ব্যৱসায়ী হেমন্ত চৌচাৰিয়াৰ বিষয়টোক লৈ কংগ্ৰেছে বৃহস্পতিবাৰে বিধানসভাত সভাস্থগিত প্ৰস্তাৱ...
Read moreDetailsউপযুক্ত খোৱা পানীৰ নাটনিৰ বাবে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ কালিখোলা গাওঁৰ বাসিন্দা সকলে অসম চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী...
Read moreDetails‘অসমৰ অৱস্থা বৰ্তমান বিৰাট বেয়া, বিজেপি চৰকাৰে অসমখনক প্ৰায় শুকুৱাই পেলাইছে’ আজি এক সংবাদমেলত এই মন্তব্য কৰে কৃষক নেতা অখিল...
Read moreDetailsমুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত ৰাজ্যৰ পৰিৱেশ আৰু বন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে। পৰ্যালোচনা বৈঠকত...
Read moreDetailsপাপনৰ চুম্বন কাণ্ডৰ বিতৰ্ক চলি থকাৰ মাজতে আজি শিল্পীগৰাকীৰ সমৰ্থনত তেওঁৰ কিছু সংখ্যক অনুৰাগী ওলাই অহা দেখা গ'ল। সদৌ অসম...
Read moreDetailsউত্তৰ-পূৰ্বাঞ্চলৰ জনজাতি সম্প্ৰদায়সমূহে তেওঁলোকৰ সংশ্লিষ্ট কাৰ্য ক্ষেত্ৰসমূহত পাৰদৰ্শিতা অৰ্জন কৰিছে আৰু সমাজৰ আন সম্প্ৰদায়ৰ বাবে আৰু তথাকথিত মুলসুঁতিৰ বাবে আদৰ্শ...
Read moreDetailsযোৱা ১২ ফেব্ৰুৱাৰিত বজালীত এগৰাকী নাবালিকাক ধৰ্ষণত অভিযুক্তজনক আৰক্ষীয়ে ঘটনাৰ দহ দিন উকলি যোৱাৰ পিছতো গ্ৰেপ্তাৰ কৰিব নোৱৰাৰ প্ৰতিবাদত দাবীত...
Read moreDetailsবজালী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বৃহস্পতিবাৰে বজালীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ সেৱাৰ বিৰুদ্ধে অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰাপ্ত তথ্য মতে বাছ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd