আৰক্ষী বিষয়াৰ দাদাগিৰীৰ বিৰুদ্ধে হাফলং-শিলচৰ ঘাইপথ অৱৰোধ উত্তেজিত শ্ৰমিকৰ

ডিমা হাচাওৰ উপ আৰক্ষী অধীক্ষক অতুল মৰাঙে হাৰাঙ্গাজাওত সাধাৰন শ্ৰমিক ৰাইজৰ ওপৰত চলোৱা শাৰিৰিক অত্যাচাৰৰ প্ৰতিবাদত আজি দিনৰ ১২ মান...

Read moreDetails

পৰ্যটন স্থলী তথা কীৰ্তিচিহ্ন সমূহ ব্যক্তিগত খণ্ডক গতাব বিছৰা কাৰ্যৰ প্ৰতিবাদত যোৰহাটত আটাছুৰ অৱস্থান ধৰ্মঘট

কেন্দ্ৰীয় চৰকাৰে বিশ্ব ঐতিহ্য কাজিৰঙাকে ধৰি অসমৰ প্রাচীন কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণৰ দায়িত্ব ব্যক্তিগত সংস্থাক প্রদান কৰিব বিচৰা সিদ্ধান্ত বাতিলৰ দাবীত...

Read moreDetails

নাগৰিকত্ব বিধেয়ক: ৭ মে’ত অসম ভ্ৰমণলৈ আহিব যুটীয়া সংসদীয় পেনেল

জনতাৰ হেঁচাত শিৰ নত কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ ওপৰত গঠিত যুটীয়া সংসদীয় পেনেলখনে অহা ৭ মে’ত অসম ভ্ৰমণলৈ অহাৰ...

Read moreDetails

ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ প্ৰবক্তা তথা বডোছা কাকতৰ কাৰ্যবাহী সম্পাদক জিওৱাৰি বসুমতাৰীৰ আত্মহত্যা

ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ প্ৰবক্তা তথা বডোছা নামৰ বড়ো ভাষাৰ এখন দৈনিক বাতৰি কাকতৰ কাৰ্যবাহী সম্পাদক জিওৱাৰি বসুমতাৰীৰ আত্মহত্যাই কোকৰাঝাৰত ব্যাপক চাঞ্চল্যই...

Read moreDetails

মাজুলীলৈ স্থানান্তৰিত হ’ব অভ্যন্তৰীণ জল পৰিবহণৰ ডিব্ৰুগড়ৰ মাণ্ডলিক কাৰ্যালয়

দেশৰ প্ৰথমটো নদী দ্বীপ জিলা মাজুলীৰ সৈতে বহিঃসংযোগী যাতায়াতী ব্যৱস্থাক উন্নীত কৰিব পৰাকৈ অহা আগষ্ট মাহৰ পৰা নিমাতী-কমলাবাৰী পাৰঘাটৰ মাজত...

Read moreDetails

‘বুক ৰিভিউ: এ পিপ ইন টু দা ৱৰ্কছ অব মহেশ্বৰ নেওগ’ গ্ৰন্থৰ ওপৰত এটা আলোচনা

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগৰ শেহতীয়া প্ৰকাশন ‘বুক ৰিভিউ: এ পিপ ইন টু দা ৱৰ্কছ অব মহেশ্বৰ নেওগ’ হৈছে সুপণ্ডিত মহেশ্বৰ...

Read moreDetails

মাজুলীৰ ইলা চুতীয়ালৈ ‘ৰাষ্ট্ৰীয় ফ্লোৰেন্স নাইটিঙ্গেল বঁটা’

মাজুলীৰ লগতে সমগ্ৰ ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই নিজৰ কৰ্মনিষ্ঠা আৰু উল্লেখনীয় সেৱাৰে ৰাষ্ট্ৰীয় স্তৰত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে মাজুলীৰ এগৰাকী...

Read moreDetails

বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত প্ৰতিবাদৰ ধ্বনিৰে কঁপিল আকাশ-বতাহ

বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত কালিৰ নিশাৰ পৰা অসমৰ পৰ্যটন স্থলী তথা কীৰ্তিচিহ্ন সমূহ ব্যক্তিগত খণ্ডক গতাব বিছৰা কাৰ্যৰ প্ৰতিবাদত বিশ্বনাথৰ আকাশ-বতাহ প্ৰতিবাদৰ...

Read moreDetails

বন বিভাগৰ অপশক্তি গুচাবলৈ পূজা-অৰ্চনা নৱ নিযুক্ত মন্ত্ৰী শুক্লবৈদ্য আৰু নৱ দলেৰ

যোৱা ২৬ এপ্ৰিলত সোণোৱাল মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত আজি বৃহস্পতিবাৰে বনবিভাগৰ দায়িত্ব গ্ৰহণ কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু নৱ কুমাৰ দলেই।...

Read moreDetails

জনকল্যাণমূলক আঁচনিসমূহ ৰূপায়ণত অনিয়ম সংঘটিত হ’লে কেন্দ্ৰীয় চৰকাৰক দিব পাৰিব অভিযোগ

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কল্যাণকামী আঁচনিসমূহ সঠিক ৰূপায়ণ হৈছে নে নাই সেয়া প্ৰত্যক্ষ কৰিব ৰাষ্ট্ৰীয় নিৰীক্ষকে (National Level Monitors)।...

Read moreDetails
Page 5508 of 5943 1 5,507 5,508 5,509 5,943

Stay Connected

Recent News