হাফলঙত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উদ্যোগত আম্বেদকৰ জয়ন্তী পালন

শনিবাৰে গোটেই দেশৰ লগতে সংগতি ৰাখি ডিমা হাচাও জিলাৰ হাফলঙত ভাৰতৰ সংবিধান প্ৰণেতা বাবা চাহেব ড. ভীমৰাওজী আম্বেদকৰৰ ১২৭ সংখ্যক...

Read moreDetails

পৰম্পৰাগত বৰ্ণিমাৰে হোজাইত ৰঙালী বিহু উদযাপন

হোজাইৰ কিণ্ডাৰ গাৰ্ডেন বিদ্যালয়ৰ শিশুসকলে শনিবাৰে পৰম্পৰাগত জাকজমকতাৰে ৰঙালী বিহু উদযাপন কৰে। পৰম্পৰাগত বৰ্ণিল সাজ পাৰেৰে সজ্জিত হৈ শিশুসকলে ঢোল...

Read moreDetails

গৰু বিহুৰ দিনা গৰু গা ধুৱাবলৈ যাওঁতে নদীত ডুবি মৃত্যু বাক্সাৰ সাউদৰভিঠাৰ এটি কিশোৰৰ

গোটেই ৰাজ্যখনতে চ’তৰ সংক্ৰান্তি উপলক্ষে গৰু বিহু পালন কৰা সময়তে শনিবাৰে নদীত গৰু ধুৱাবলৈ গৈ এক শোকাবহ দুৰ্ঘটনাত বাক্সা জিলাৰ...

Read moreDetails

পৃথিৱীৰ য’তে নাথাকক আপোন সংস্কৃতিৰ টান থাকিবই : লণ্ডনৰ প্ৰৱাসী অসমীয়াৰ সমাজৰ বিহু উদযাপন

পৃথিৱীৰ য'তে নাথাকক আপোন সংস্কৃতিৰ টান থাকিবই, শ্ৰদ্ধা থাকিবই। থাকিব দায়িত্বও। কৰ্ম, পেচা, পৰিস্থিতিৰ বাবে নিজৰ ঠাই, সংস্কৃতি, আপোন মানুহৰ...

Read moreDetails

কোকৰাঝাৰত বৈচাগু উপলক্ষে বাওখুংগ্ৰি পাহাৰ বগালে হাজাৰ হাজাৰ লোকে

সমগ্ৰ অসমৰ লগতে কোকৰাঝাৰতো ৰাইজে উলহ-মালহেৰে নিয়ম-নীতি আৰু পৰম্পৰাৰ মাজেৰে বহাগ বিহু উদযাপন কৰিছে। কোকৰাঝাৰৰ বড়োসকলৰ মাজত বৈচাগু বুলি আখ্যাত...

Read moreDetails

পৰম্পৰা ৰক্ষা কৰিলে গগৈয়ে : লতাশিল খেলপথাৰৰ বিহুতলীত বিহু উদযাপন

আজি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে ৰাজ্যবাসীলৈ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা তথা ওলগ জনায়। নিজৰ টুইটত প্ৰাক্তন মুখ্য...

Read moreDetails

নাৰীজনিত অপৰাধৰ সংখ্যা হ্ৰাস কৰিবলৈ ওদালগুৰি প্ৰশাসনে লৈছে সজাগতা অভিযানৰ কাৰ্য্যসূচী

সমাজত নাৰীৰ বিৰুদ্ধে বৰ্ধিত অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি ওদালগুৰি জিলা প্ৰশাসনে জিলাখনৰ কিছুমান নিৰ্বাচিত অংশ আৰু নিৰ্বাচিত জনাংশৰ মাজত সজাগতামূলক...

Read moreDetails

ড০ ভীমৰাও আম্বেদকাৰৰ জন্মজয়ন্তী : আন্তঃজাতি বিবাহ কৰোৱা ৫টা দম্পতীলৈ মুখ্য মন্ত্ৰীয়ে দিলে ৫০ হাজাৰকৈ টকা

আজি দেশৰ সংবিধান প্ৰণেতা তথা আধুনিক ভাৰতৰ নিৰ্মাণৰ এজন প্ৰধান কাৰিকৰ সমাজ সংস্কাৰক, ৰাজনীতিবিদ, আইনবিদ, অৰ্থনীতিবিদ বাবাচাহেব খ্যাত ড০ ভীমবৰ...

Read moreDetails

নিজৰ দৰমহা বঢ়াই ল’লে মন্ত্ৰী-বিধায়কে : ৪৩ মাহৰ দৰমহা নাপাই দৰিদ্ৰতাৰ হেঁচাত আত্মহত্যা পঞ্চায়ত প্ৰতিনিধিৰ

ৰঙালী বিহুৰ মাত্ৰ এদিন পূৰ্বে ঘৰখনৰ মূল মানুহজনেই আত্মহত্যা কৰিছে, তেওঁৰ চাৰিটি সন্তান আৰু পত্নীক অথাই সাগৰত পেলাই থৈ। এটা...

Read moreDetails

ঐতিহ্য আৰু পৰম্পৰাৰ মাজেৰে মাজুলীত গৰু বিহু উদযাপন : গো-ধনক নোৱাই-ধুৱাই শ্ৰীবৃদ্ধিৰ কামনা মাজুলীবাসীৰ

আজি গৰু বিহু। চ'ত আৰু বহাগৰ সংক্ৰান্তিৰ আজিৰ পুৱাৰ পৰাই অসমীয়াৰ প্ৰাণৰ স্পন্দন ৰঙালী বিহুটো আৰম্ভ হয়। সমগ্ৰ অসমৰ লগতে...

Read moreDetails
Page 5571 of 5942 1 5,570 5,571 5,572 5,942

Stay Connected

Recent News