অনুসূচিত জাতি-জনজাতিৰ বিৰুদ্ধে কেন্দ্ৰৰ বিজেপি চৰকাৰে গ্ৰহণ কৰা স্থিতিৰ প্রতিবাদত আজি বিশ্বনাথ জিলা কংগ্ৰেছে আঠঘণ্টীয়া অনশন কাৰ্যসূচী পালন কৰে। উল্লেখযোগ্য...
Read moreDetailsঅসম চৰকাৰে প্ৰাথমিক শিক্ষকসকলৰ দৰমহাকেন্দ্ৰিক আসোঁৱাহ সমূহ দূৰ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে প্ৰাথমিক...
Read moreDetailsডিমা হাচাও জিলাৰ ৰাজনৈতিক ব্যংগ গায়ক ডেনিয়েল লাংথাছাই কংগ্ৰেছত যোগদান কৰে। বিভিন্ন জনপ্ৰিয় গীতৰ পেৰডি কৰি শাসনাধিষ্ঠ বিজেপি চৰকাৰ তথা...
Read moreDetailsহাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰশংসনীয় পদক্ষেপৰ বাবে গ্ৰীন অস্কাৰ জয় কৰিবলৈ সক্ষম হোৱা পূৰ্ণিমা দেৱী বৰ্মনে সমাগত ৰঙালী বিহুত...
Read moreDetailsকেন্দ্ৰীয় চৰকাৰে অনুসূচীত জাতি, অনুসূচিত জনজাতি সম্প্ৰদায়ৰ লোক সকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত আজি বৰপেটাত কংগ্ৰেছ দলে অৱস্থান...
Read moreDetailsশিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কয় যে ৰাজ্যখনৰ বিভিন্ন মহাবিদ্যালয়সমূহত ভুৱা পিএইচডি ডিগ্ৰীৰে চাকৰি কৰি থকা শিক্ষকসকলক চিনাক্ত কৰি উলিয়াবলৈ...
Read moreDetailsমৰিগাঁও জিলাৰ জ্বলন্ত সমস্যা হিচাপে চিহ্নিত হোৱা বান-খহনীয়া সমস্যা ৰ শীঘ্ৰে স্থায়ী সমাধানৰ দাবীত সদৌ মৰিগাওঁ জিলা ছাত্ৰ সন্থাই দেওবাৰে...
Read moreDetailsবিশ্বৰ ভিতৰতেই সাংস্কৃতিক ক্ষেত্ৰত ৰাভাসকল অতি চহকী। এই মন্তব্য ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভাই নিখিল ৰাভা সাহিত্য...
Read moreDetailsএগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত চাহ বাগিছাৰ এজন শ্ৰমিকক বিশেষ ন্যায়াধীশৰ এখন আদালতে শনিবাৰে দহ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে। বিশেষ...
Read moreDetailsডিমৌৰ সমীপৰ ধেমেচি তেলীয়াপথাৰ গাওঁৰ জীয়ৰী-বোৱাৰীসকলে আগন্তুক ব’হাগ মাহটোত মুঠ ২০ হাজাৰ খন গামোচা মাটিশালত বৈ উলিওৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd