ডি এইচ্ছ ডিৰ সৈতে হোৱা এম অ’ এছ চুক্তিক লৈ কেন্দ্ৰীয় গৃহ দপ্তৰৰ যুটীয়া সচিবৰ উপস্থিতিত হাফলঙত গুৰুত্বপূৰ্ণ বৈঠক

ডি এইচ্ছ ডিৰ উভয় গোটৰ সৈতে স্বাক্ষৰিত এম অ’ এছ (memorandum of settlement)ৰ বাস্তৱায়ন পৰ্যালোচনাৰ কাৰণে শুকুৰবাৰে হাফলঙত উপস্থিত হয়...

Read moreDetails

কাইলৈ শিলচৰত বিশ্বহিন্দুৰ মহাযজ্ঞ আৰু বিশাল হিন্দু সন্মিলন

কাইলৈ অৰ্থাত ২৫মাৰ্চত ৰামনৱমী উপলক্ষ্যে বিশ্বহিন্দু পৰিষদ দক্ষিণ পূৰ্ব প্ৰান্তৰ ব্যৱস্থাপনাত শিলচৰৰ ইণ্ডিয়া ক্লাব আৰু টাউন ক্লাব ময়দানত শ্ৰীশ্ৰী ৰামনৱমী,...

Read moreDetails

বৰপেটাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলত স্থানীয় ৰাইজৰ শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ

বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত মইনাপাৰাত শুকুৰবাৰে নিশা প্ৰায় ৯ মান বজাত ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে শক্তিমন্ত্ৰী পল্লৱলোচন দাসৰ...

Read moreDetails

হাতীৰ প্ৰাণ বচোৱা ৰেইলচালককেইজনক বঁটা দিব উত্তৰ-পূব ৰেইলৱেই

ৰেইল লাইন পাৰ হৈ থকা অৱস্থাত এটা হাতীক নিশ্চিত খুন্দাৰ পৰা ৰক্ষা কৰা ৰেইলচালককেইজনক বঁটাৰে পুৰস্কৃত কৰিব উত্তৰ-পূব ৰেইলৱেই। এই...

Read moreDetails

বিদ্ৰোহ ত্যাগ কৰি প্ৰাক্তন আলফা সদস্যই আদৰি লৈছে জীৱন নিৰ্বাহৰ ব্যতিক্ৰমী পথ

এসময়ত বন্দুক লৈ সশস্ত্ৰ বিপ্লৱৰ পথ বাছি লোৱা এচাম প্ৰাক্তন আলফা সদস্যই এতিয়া পশুপালন কৰি জীৱন নিৰ্বাহৰ পথ আদৰি লৈছে। প্ৰাক্তন...

Read moreDetails

এতিয়ালৈকে ঘোষিত নহ’ল মুখ্য মন্ত্ৰীৰ বিশেষ আঁচনিৰ বৃত্তি পৰীক্ষাৰ সময়সূচী : উৎকণ্ঠাত শিক্ষাৰ্থী-অভিভাৱক

২০১৮ বৰ্ষৰ নতুন শিক্ষা বৰ্ষৰ তিনিমাহ পাৰ হৈ যোৱাৰ পিছতো মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ বৃত্তি পৰীক্ষা সন্দৰ্ভত কোনো সময়সূচী নিৰ্ধাৰণ নোহোৱাত...

Read moreDetails

অহা বছৰ লোকসভা নিৰ্বাচনত উত্তৰ-পূবৰ ২৫খন আসনৰ ২১খনেই বিজেপিৰ দখললৈ আহিব : অমিত শ্বাহ

কেৱল পঞ্চায়ত নিৰ্বাচনেই নহয়, লোকসভাৰ নিৰ্বাচনৰ বাবেও কাৰ্য্যতঃ এতিয়াৰ পৰাই কুচ-কাৱাজ আৰম্ভ কৰিছে বিজেপিয়ে। আজি পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যিক...

Read moreDetails

বৰাকত বিশ্ব হিন্দু পৰিষদৰ নেতা সুৰেন্দ্ৰ জৈনক আদৰণি জনাবলৈ সাজু ১৫০০ বাইক আৰোহী

বিশ্ব হিন্দু পৰিষদৰ (ভি এইচ পি) নেতা ড০ সুৰেন্দ্ৰ কুমাৰ জৈন বৰাক উপত্যকা ভ্ৰমণৰ বাবে দুদিনীয়া কাৰ্যসূচী লৈ শিলচৰত উপস্থিত...

Read moreDetails

বহিঃৰাজ্যৰ গামোচা, চাদৰ-মেখেলাৰ বিৰুদ্ধে টিহুৰ ৰাজপথত শিপিনীৰ সজাগতামূলক শোভাযাত্ৰা

আজি টিহু উন্নয়ন খণ্ড আৰু গামোচা এন.জি.অ.ৰ যুটীয়া সহযোগত টিহুত বহিঃৰাজ্যৰ যন্ত্ৰচালিত শালত উৎপাদিত আৰু আমাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিক্ৰী...

Read moreDetails

কাইলৈ উত্তৰ গুৱাহাটীত ৰহস্যবাদী কবি নলিনীবালা দেৱীৰ স্মৃতিচাৰণ অনুষ্ঠান

সদৌ অসম মইনা পাৰিজাতৰ অন্যতম প্ৰতিষ্ঠাতা, পদ্মশ্ৰী নলিনীবালা দেৱীৰ ওপজা দিনৰ লগত সংগতি ৰাখি ২৫ মাৰ্চ অৰ্থাৎ কাইলৈ গুৱাহাটী জিলা...

Read moreDetails
Page 5640 of 5943 1 5,639 5,640 5,641 5,943

Stay Connected

Recent News