কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে পুনৰ হত্যা কৰিলে গঁড়

ৰাজ্যত অব্যাহত আছে গঁড় হত্যা। যোৱা নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত নৰ্দান ৰেঞ্জত চোৰাং চিকাৰীৰ গুলীত  প্ৰাণ হেৰুৱাবলগীয়া হৈছে এটা...

Read moreDetails

ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত এলাগী অসমীয়া সাহিত্যিক

গুৱাহাটীত অনুষ্ঠিত হৈ থকা ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ আয়োজকসকল সাহিত্যানুৰাগীসকলৰ পৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। বিশিষ্ট অসমীয়া সাহিত্যিকসকলক এলাগী কৰাৰ লগতে...

Read moreDetails

জুইত জাহ গ’ল ৰংজেঙৰ প্ৰাক্তন বিধায়ক দেছাং ছাংমাৰ বাসগৃহ

ৰংজেঙ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক দেছাং ছাংমাৰ বাসগৃহটো শনিবাৰে  এক অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে। জানিব পৰা মতে বৈদ্যুতিক শ্বট...

Read moreDetails

শংকৰদেৱ এগৰাকী আধ্যাত্মিক গুৰুৱেই নহয়, তেওঁ এগৰাকী সমাজ বিজ্ঞানীও আছিল : অসমৰ ৰাজ্যপাল

‘’মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এগৰাকী কোৱল ধৰ্ম গুৰুৱে নহয়, তেওঁ আছিল বহুমুখী প্ৰতিভাৰ আকৰ। তেওঁ আছিল একেধাৰে নাট্যকাৰ, শিল্পী, চিত্ৰকৰ আৰু...

Read moreDetails

চোৰাং চিকাৰৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিবলৈ আইন বলৱৎকাৰী সংস্থাসমূহক আহ্বান ৰাজ্যপাল মুখীৰ

অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে শনিবাৰে সন্ধিয়া গোলাঘাটত জিলাখনৰ আইন শৃংখলা পৰিস্থিতিৰ বুজ লৈ আইন বলৱৎকাৰী সংস্থাসমূহক আন্ত:ৰাজ্যিক সীমান্ত সমস্যাকলৈ...

Read moreDetails

নগাঁও আৰু কাছাৰ কাগজ কল : কেন্দ্ৰীয় চৰকাৰক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ৰাষ্ট্ৰপতিৰ

দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত...

Read moreDetails

হোজাইত ৰে’লৰ খুন্দাত ৪ টাকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু, ৰে’ল যোগাযোগ ব্যাহত

হোজাইত ৰে’লৰ খুন্দাত পুনৰ নিহত হৈছে ৪ টাকৈ বনৰীয়া হাতী। জাকটোৰ অন্য এটা হাতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি খবৰ পোৱা...

Read moreDetails

২০ ফেব্ৰুৱাৰিৰ পৰা গুৱাহাটী বিশ্ব বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান চলচ্চিত্ৰ মহোৎসৱ

গুৱাহাটী বিশ্ব বিদ্যালয়ত ২০ৰ পৰা ২৪ ফেব্ৰুৱাৰিলৈকে অষ্টম সংখ্যক ৰাষ্ট্ৰীয় বিজ্ঞান চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ'ব। গুৱাহাটী বিশ্ব বিদ্যালয়ৰ যোগাযোগ আৰু...

Read moreDetails

নাট্যকাৰ, পৰিচালক সপোনজ্যোতি ঠাকুৰলৈ আছুৰ স্বভাৱ শিল্পী অমূল্য কাকতী বঁটা

নাট্যকাৰ, পৰিচালক সপোনজ্যোতি ঠাকুৰলৈ ২০১৮ চনৰ স্বভাৱ শিল্পী অমূল্য কাকতী বঁটা আগবঢ়োৱা হৈছে। অসমৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে...

Read moreDetails

প্ৰখ্যাত ভোজপুৰী সংগীত শিল্পী অসমৰ কল্পনা পাটোৱাৰী কমনৱেলথ গেইমছৰ কাৰ্য্যসূচীলৈ আমন্ত্ৰিত

অসমৰ এগৰাকী সুখ্যাত লোকসংগীত শিল্পী কল্পনা পাটোৱাৰীয়ে অষ্ট্ৰেলিয়াৰ কুন্সছলেণ্ডত হ’ব লগীয়া আগন্তুক কমনৱেল্থ গেইমছৰ সামৰণি অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰাৰ গৌৰৱ...

Read moreDetails
Page 5765 of 5947 1 5,764 5,765 5,766 5,947

Stay Connected

Recent News