• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁও আৰু কাছাৰ কাগজ কল : কেন্দ্ৰীয় চৰকাৰক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ৰাষ্ট্ৰপতিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 11, 2018 7:51 am
bEgqfvYmotHzDRf-1600x900-noPad

দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা কাছাৰ কাগজ কল : ফাইল ফটো

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত অৱশেষত বিষয়টোত হস্তক্ষেপ কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

কাগজ কল দুটা বন্ধ হৈ থকাৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ সৱিশেষ উল্লেখ কৰি কাগজ কল দুটাৰ শ্ৰমিক সংগঠনসমূহে ৰাষ্ট্ৰপতিগৰাকীলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

Apply Now

উক্ত পত্ৰ লাভ কৰাৰ পিছতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কেন্দ্ৰীয় চৰকাৰক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে।

ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ অৱৰ সচিব অশোক কুমাৰে ৰাজহুৱা উদ্যোগ বিভাগৰ সচিবলৈ প্ৰেৰণ কৰা পত্ৰখনত গোটেই বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিছে।

ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে প্ৰেৰণ পত্ৰখনৰ লগত কাগজ কল দুটাৰ শ্ৰমিক সংগঠনৰ যৌথ কাৰ্যকৰী কমিটিয়ে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা পত্ৰখনো গাঁঠি দিছে।

এই নিৰ্দেশ পত্ৰখন পোৱাৰ পিছত ৰাজহুৱা উদ্যোগ বিভাগে কি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিলে সেয়াও পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতিক অৱগত কৰিবলৈ পত্ৰখনত কোৱা হৈছে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে কাগজ কল দুটাৰ শ্ৰমিক সংগঠনে কাগজ কল দুটা দীৰ্ঘদিন বন্ধ হৈ থকাৰ বিষয়টো এক পত্ৰযোগে ৰাষ্ট্ৰপতিক অৱগত কৰাৰ উপৰি সংগঠনৰ প্ৰতিনিধি দল এটাই ৰাষ্ট্ৰপতিৰ সচিবক সাক্ষাৎ কৰি এখন বৈঠকত মিলিত হৈছিল।

এই বৈঠকৰ পিছতে ৰাষ্ট্ৰপতিৰ হৈ তেওঁৰ কাৰ্যালয়ে বিভাগীয় সচিবলৈ পত্ৰখন প্ৰেৰণ কৰে। ৰাষ্ট্ৰপতিৰ এনে হস্তক্ষেপৰ কথা গম পোৱাৰ পিছত শ্ৰমিক সংগঠনৰ সদস্যসকলৰ লগতে কাগজ কল দুটাৰ কৰ্মচাৰীসকলৰ মনলৈয়ো আশাৰ সঞ্চাৰ হৈছে।

ৰাষ্ট্ৰপতিৰ পত্ৰ পোৱাৰ পিছত বিভাগে এইক্ষেত্ৰত কাৰ্যকৰী কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি আশা ব্যক্ত কৰিছে সংগঠনৰ প্ৰতিনিধিসকলে। কাগজ কল দুটাৰ প্ৰায় ১৬০০ কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি দৰমহা নোপোৱাৰ ফলত তেওঁলোকৰ পৰিয়াল চলোৱাটো কঠিন হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd