১০ জুলাইত মেঘালয়ৰ উপ মুখ্য মন্ত্ৰীয়ে উদ্বোধন কৰিব ৰাণীকোৰ প্ৰশাসনীয় মহকুমা

ৰাণীকোৰ বিধানসভা উপ নিৰ্বাচনৰ পূৰ্বে এনপিপি নেতৃত্বাধীন মেঘালয়া ডেম’ক্ৰেটিক এলায়েন্সৰ চৰকাৰখনে ৰাণীকোৰবাসীক কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিব ১০ জুলাইত অৰ্থাৎ মঙলবাৰে।...

Read moreDetails

মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল এম এম জেকবৰ দেহাৱসান

বাৰ্ধক্যজনিত কাৰণত মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল এম এম জেকবৰ আজি কেৰেলাৰ ক’ট্টায়ামৰ পালস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি হয়। মৃত্যুৰ সময়ত তেওঁৰ...

Read moreDetails

কাইলৈ শ্বিলঙত নৰ্থ ইষ্ট কাউন্সিলৰ বৈঠকত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে

অহা সোমবাৰে শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া নৰ্থ ইষ্ট কাউন্সিল চমুকৈ এনইচি ৬৭ সংখ্যক অধিৱেশনত অংশগ্ৰহণ কৰিব। মেঘালয়ৰ ৰাজধানী শ্বিলঙত কাইলৈ দিনৰ...

Read moreDetails

নংপোত হকী ষ্টেডিয়াম নিৰ্মাণৰ প্ৰস্তাব ৰি-ভই জিলা হকী সংস্থাৰ

মেঘালয়ৰ ৰি-ভই জিলা হকী সংস্থাই (Ri-Bhoi District Hockey Association, চমুকৈ RBDHA))শুকুৰবাৰে নংপোত এখন হকী ষ্টেডিয়ামৰ দাবী তুলিছে। হকী সংস্থাটোৰ এটা...

Read moreDetails

২০২২ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে মেঘালয়ে আৰম্ভ কৰিলে পাৰম্ভিক প্ৰস্তুতি

মেঘালয়ত ২০২২ চনত অনুষ্ঠিত হ’ব লগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰা হৈছে। এই উদ্দেশ্যে গেমছ ভিলেজ নিৰ্মাণৰ বাবে ৩০০...

Read moreDetails

বিধায়িকা হিচাপে পদত্যাগ কৰিলে দক্ষিণ তুৰা সমষ্টিৰ আগাথা চাংমাই

তুৰা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা দক্ষিণ তুৰা সমষ্টিৰ বিধায়িকা এন পি পিৰ আগাথা চাংমাই মেঘালয় বিধানসভা সদস্য পদৰ পৰা...

Read moreDetails

শ্বিলঙৰ জিলা প্ৰশাসনৰ প্ৰতিৱেদন গ্ৰহণ কৰি উভতিল মানৱাধিকাৰ আয়োগৰ সঁজাতী দল

ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ এটা ৩জনীয়া দলে শ্বিলঙত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত অনুসন্ধানৰ পাছত নতুন দিল্লীলৈ উভতি গৈছে। উভতি যোৱাৰ...

Read moreDetails

ভাৰতৰ স্মাৰ্ট চিটি মিশ্যনৰ অন্তর্ভুক্ত হ’ল উত্তৰ-পূবৰ স্কটলেণ্ড খ্যাত শ্বিলং চহৰ

দীৰ্ঘ সময়ৰ প্ৰতীক্ষাৰ অন্তত অৱশেষত শ্বিলং ভাৰতৰ ১০০খন স্মাৰ্ট চিটিৰ অন্তৰ্ভুক্ত হোৱাৰ বাট মুকলি হৈছে। মেঘালয় চৰকাৰৰ দ্বাৰা প্ৰদান কৰা...

Read moreDetails

ঝাৰখণ্ডত নক্সালবাদীৰে সংঘৰ্ষত চহিদ হ’ল চি আৰ পি এফ জোৱান উৎপল ৰাভা

বৃহস্পতিবাৰে ঝাৰখণ্ডত সংঘটিত হোৱা নক্সালবাদী আৰু চি আৰ পি এফ বাহিনীৰ মাজৰ তুমুল সংঘৰ্ষত চহিদ উত্তৰ-পূবৰ চিৰ আৰ পি এফ...

Read moreDetails

সাময়িকভাৱে সান্ধ্যআইন প্ৰত্যাহাৰৰ পাছতে ক্ৰমাৎ স্বাভাৱিক হৈছে শ্বিলঙৰ বৰা বাজাৰ

শ্বিলঙৰ প্ৰশাসনে বুধবাৰে সাময়িকভাৱে সান্ধ্যআইন প্ৰত্যাহাৰ কৰাৰ পাছতে ক্ৰমাৎ স্বাভাৱিক হ’বলৈ আৰম্ভ হৈছে বৰা বাজাৰৰ পৰিস্থিতি। বুধবাৰে মাথোঁ পাঁচ ঘণ্টাৰ...

Read moreDetails
Page 44 of 81 1 43 44 45 81

Stay Connected

Recent News