• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

১০ জুলাইত মেঘালয়ৰ উপ মুখ্য মন্ত্ৰীয়ে উদ্বোধন কৰিব ৰাণীকোৰ প্ৰশাসনীয় মহকুমা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2018 12:25 pm
conrad-ranikor-1-570x320

ফাইল ফটো : মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাণীকোৰ বিধানসভা উপ নিৰ্বাচনৰ পূৰ্বে এনপিপি নেতৃত্বাধীন মেঘালয়া ডেম’ক্ৰেটিক এলায়েন্সৰ চৰকাৰখনে ৰাণীকোৰবাসীক কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিব ১০ জুলাইত অৰ্থাৎ মঙলবাৰে। উল্লেখ্য যে সমষ্টিবাসীয়ে দীৰ্ঘদিন ধৰি কৰি অহা মহকুমা স্থাপনৰ দাবীৰ সমস্যাটো সমাধানৰ বাবে সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। আৰু সেই সূত্ৰে প্ৰশাসনীয় মহকুমাটো কাইলৈ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব।

ৰাণীকোৰ চিভিল ছাব ডিভিজন ডিমাণ্ড কমিটিয়ে আজি এই কথা জানিবলৈ দি কয় যে মঙলবাৰে দিনৰ ১১ বজাত পশ্চিম খাচি পাহাৰৰ ৰাণীকোৰ খেলপথাৰত উপ মুখ্য মন্ত্ৰী প্ৰেষ্ট’ন টিনছঙে মহকুমাটোৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ইয়াৰ উপৰি ৰাজ্যখনৰ বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকিব বুলিও প্ৰকাশ কৰে।

Apply Now

ছাব ডিভিজন ডিমাণ্ড কমিটিৰ অধ্যক্ষ কিটব’ৰলাং নংৰেম আৰু সম্পাদক নেলবি টি চাংমাই শুভ উদ্বোধন অনুষ্ঠানত সকলো ৰাইজকে উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে।

উল্লেখ্য যে প্ৰাক্তন কংগ্ৰেছ বিধায়ক মাৰ্টিন এম দেংগ’ৱে যোৱা ২১ জুনত বিধায়ক পদৰ পৰা পদত্যাগ কৰিছিল আৰু আশা কৰা হৈছে যে মঙলবাৰে তেওঁ এনপিপিত যোগদান কৰিব। মন কৰিবলগীয়া যে যদিহে প্ৰাক্তন কংগ্ৰেছ বিধায়কজনে এনপিপিত যোগদান কৰে তেন্তে নিশ্চিতভাৱে আগন্তুক ৰাণীকোৰ বিধানসভা উপ নিৰ্বাচনৰ বাবে এনপিপিৰ টিকট প্ৰত্যাশী হ’ব।

উল্লেখণীয় যে যোৱা ১২ জুনত মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই ঘোষণা কৰি কৈছিল যে তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰে ৰাণীকোৰবাসীৰ মহকুমা স্থাপনৰ দীৰ্ঘদিনীয়া দাবী সমাধানৰ বাবে আমি অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। আৰু ইয়াৰ পাছতে কংগ্ৰেছৰ বিধায়কজনে বিধায়ক পদৰ লগতে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd