বিটিআৰ নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থী সকলে আত্মসমৰ্পন কৰক ৷ কিয়নো বিটিআৰত এতিয়া বিপিএফৰ অৱস্থা সোলোক ঢোলক। এই ভাষ্য তামুলপুৰৰ বিধায়ক ইমানুৱেল...
Read moreDetailsমৰিগাঁও জিলা প্ৰশাসনে দীপান্বিতাৰ উপলক্ষ্যে জিলাখনৰ বাসিন্দাসকললৈ দেৱালী উদযাপনৰ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰি সমগ্ৰ জিলাখনতে ১৪৪ ধাৰা যোগে ৰাইজক...
Read moreDetailsপুনৰ কোভিড ৰোগী ৰখা চিকিৎসালয়ত সংঘটিত হ’ল ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত এতিয়ালৈকে ১০ জন ৰোগীৰ মৃত্যু ঘটিছে। নিহতৰ সংখ্যা...
Read moreDetailsআমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিৰ্বাচনা ফলাফল স্বীকাৰ কৰিবলৈ এতিয়াও ৰাজী নহয়। দেশখনৰ ৰাজধানী ৱাশ্বিংটন ডি চিৰ ৰাজপথত ট্ৰাম্পৰ সহস্ৰাধিক সমৰ্থকে...
Read moreDetailsদেৱালীত ঘৰ চাফা কৰিবলৈ গৈ নিজৰ অলংকাৰৰ বেগ জাৱৰৰ সৈতে পেলাই দিলে এগৰাকী মহিলাই। আচৰিত যেন লাগিলেও এনে ঘটনাই ঘটিছে...
Read moreDetailsসমগ্ৰ দেশৰ লগতে শনিবাৰৰ দিনা বোকাখাততো বোকাখাত জিলা মইনা পাৰিজাতৰ উদ্যোগত শিশু দিৱস উদযাপন কৰা হয় ৷ বোকাখাতৰ পাৰিজাত ভৱনত...
Read moreDetailsশনিবাৰে মেঘালয় আৰক্ষীয়ে মেঘালয়ৰ পূব গাৰোপাহাৰ জিলাৰ পৰা এক বৃহৎ পৰিমাণৰ গুলী-বাৰুদ উদ্ধাৰ কৰে। গাৰোপাহাৰ জিলাত এসপ্তাহতকৈয়ো কম দিনৰ ভিতৰত...
Read moreDetailsকাৰ্বি আংলং জিলাৰ হাওৰাঘাটত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ ঘৰৰ নামত সংঘটিত হোৱা ব্যাপক দুৰ্নীতি-কেলেংকাৰিত হাওৰাঘাটৰ স্থানীয় বিজেপি নেতা তথা ভি...
Read moreDetailsবিপিএফ দলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিপিএফ দলৰ কাৰ্যকৰী সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছত শনিবাৰে পোন...
Read moreDetailsডিব্ৰুগড়ত ব্যৱসায়ীক ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে জাতীয় সংগঠনৰ তিনি গৰাকীকৈ নেতা-কৰ্মী। ডিব্ৰুগড় আৰক্ষীৰ সূত্ৰৰ অনুসৰি গ্ৰেপ্তাৰ হোৱা যুৱকত্ৰয় হৈছে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd