উত্তৰ-পূব

অপ্ৰতিৰোধ্য কেলিফ’ৰ্ণিয়াৰ বনজুই : দিনে জ্বলিছে ৯ বৰ্গ মাইল বনভূমি, মৃত্যু হৈছে ১১ জন লোকৰ

ব্ৰাজিল আৰু অষ্ট্ৰেলিয়াৰ পাছত আমেৰিকাৰ কেলিফ’ৰ্ণিয়াত জ্বলি থকা বিধ্বংসী বনজুইয়ে আৰু অধিক বিধ্বংসী ৰূপ ধাৰণ কৰিছে। এতিয়াও নিৰ্বাপিত হোৱা নাই...

Read moreDetails

চেন্নাই ছুপাৰ কিংছৰ বেগী বলাৰ দীপক চাহাৰ ক’ভিডমুক্ত

চেন্নাই ছুপাৰ কিংছৰ বাবে ভাল খবৰ। বুধবাৰে দলটোৰ বেগী বলাৰ দীপক চাহাৰৰ ক’ৰ’না টেষ্টৰ ফলাফল দ্বিতীয়বাৰৰ বাবে নিগেটিভ আহিছে। ক্ৰিকেটাৰ...

Read moreDetails

‘বিশ্বৰ বিভিন্ন দেশত অক্সফোৰ্ডৰ ভেকচিনটোৰ ট্ৰায়েল বন্ধ হ’লেও ভাৰতত নহয় বন্ধ’ : এই মন্তব্য ছেৰামৰ

স্বেচ্ছাসেৱক শৰীৰত পাৰ্শ্বপ্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছতো ভাৰতত বন্ধ নহয় অক্সফোৰ্ডৰ কোভিড ভেকচিন কোভিডশ্বীল্ডৰ ট্ৰায়েল। এই কথা জনাইছে ভেকচিনটোৰ অন্যতম প্ৰস্তুতকাৰী...

Read moreDetails

ক’ৰ’ণাকালতো অপ্ৰতিৰোধ্য ৰিলায়েন্স! : ছিলভাৰ লেকে ৰিলায়েন্সত বিনিয়োগ কৰিব ৭৫০০ কোটি টকা

ৰিলায়েন্স জিঅ’ৰ ৰিটেইলত বিনিয়োগ কৰিব বিশ্বৰ বৃহত্তম তথ্য প্ৰযুক্তিৰ বিনিয়োগৰাকী সংস্থা ছিলভাৰ লেক পাৰ্টনাছ-এ। সংস্থাটোৱে ৰিলায়েন্স জিঅ' ৰিটেইলত ৭,৫০০ কোটি...

Read moreDetails

পৰকীয়া প্ৰেমৰ পৰিণতি!: আমনিৰ অচিনাকি মৃতদেহ চিনাক্ত; হত্যাকাৰী দম্পতীক গ্ৰেপ্তাৰ আৰক্ষীৰ

বুধবাৰে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ আমনিৰ মহাৰাজা হোটেলৰ পিছফালৰ এটা পুখুৰীৰ পৰা চামগুৰি আৰক্ষীয়ে এজন অচিনাকি লোকৰ মৃতদেহ উদ্ধাৰ কৰিছিল।...

Read moreDetails

‘বাঘজানৰ জুই নিৰ্বাপন কৰিবলৈ অ’ এন জি চিক কেন্দ্ৰই দিয়া নাই দায়িত্ব’ : অইল ইণ্ডিয়াৰ দাবী

বাঘজানৰ তৈল খাদৰ অনিৰ্বাপিত জুই নিৰ্বাপনৰ দায়িত্ব অ’ এন জি চিক দায়িত্ব দিয়া হোৱা নাই। এই কথা স্পষ্ট কৰিছে অইল...

Read moreDetails

নামৰূপ সাৰ কাৰখানালৈ কেন্দ্ৰীয় চৰকাৰৰ ১০০ কোটি টকা আৱণ্টনক আদৰণি অসম ৰাজ্যিক বিজেপিৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশৰ সংকটৰ সময়তো অষ্টলক্ষ্মী হিচাপে পৰিচিত উত্তৰ পূৰ্বাঞ্চলৰ তথা অসমৰ নামৰূপ সাৰ কাৰখানালৈ সৰ্বাংগীন...

Read moreDetails

বৰ্ধৱান বিস্ফোৰণত জৰিত জে এম বি সন্ত্ৰাসবাদীৰ শাস্তি ঘোষণা

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ এক বিশেষ আদালতে ২০১৪ চনৰ বৰ্ধৱান বিস্ফোৰণত জৰিত জামাত-উল-মুজাহিদীন বাংলাদেশৰ চাৰি সন্ত্ৰাসবাদীৰ শাস্তি ঘোষণা কৰিছে। আদালতখনে মঙলবাৰে...

Read moreDetails

অসমত ২২৪৩ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৭.১০ শতাংশ

২২৪৩গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৭.১০ শতাংশ। মঙলবাৰে এই হাৰ আছিল ৭.৪৮...

Read moreDetails

অসমত আৰু ১৮ ক’ভিড ৰোগীৰ মৃত্যু, চাৰিশৰ কাষত মুঠ মৃতকৰ সংখ্যা

আৰু ১৮গৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৩৯৬লৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত...

Read moreDetails
Page 3046 of 6181 1 … 3,045 3,046 3,047 … 6,181

Stay Connected

Recent News