DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আকৌ পিঁয়াজে কন্দুৱাব? ৰপ্তানিত নিষেধাজ্ঞা কেন্দ্ৰীয় চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 15, 2020 10:46 am
1568735217_1

প্ৰতিনিধিত্বমূলক ফটো।

497
VIEWS
Share on FacebookShare on Twitter

ৰান্ধনি ঘৰৰ অতি প্ৰয়োজনীয় উপাদান হিচাপে পিঁয়াজ হৈছে ৰান্ধনিৰ প্ৰথম পছন্দ। সেয়েহে, পিঁয়াজৰ দৰ বৃদ্ধি পালে ৰান্ধনি ঘৰত ইয়াৰ প্ৰভাৱ পৰে আটাইতকৈ বেছি।

বজাৰত পিঁয়াজৰ যোগান হ্ৰাস পোৱাৰ ফলত মূল্যবৃদ্ধিৰ আশংকা কৰি সকলোধৰণৰ পিঁয়াজ ৰপ্তানিত সোমবাৰে কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা জাৰি কৰিছে।

বিগত এপ্ৰিলৰ পৰা জুলাই মাহলৈকে পিঁয়াজৰ ৰপ্তানি ৩০শতাংশ বৃদ্ধি পোৱাৰ ফলত বজাৰত মূল্যবৃদ্ধি ঘটিবলৈ আৰম্ভ কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত ডাইৰেক্টৰেট জেনেৰেল অফ ফৰেইন ট্ৰেডে জানিবলৈ দিয়ে যে এতিয়ালৈকে ৰপ্তানি চলিল যদিও তাৎক্ষণিকভাৱে পিঁয়াজৰ ৰপ্তানি নিষিদ্ধ কৰা হৈছে।

যোৱা ২০১৯ৰ ২৯ ছেপ্টেম্বৰত শেষবাৰ উৎপাদন কম হোৱাৰ বাবে পিঁয়াজৰ ৰপ্তানিত নিষেধাজ্ঞা জাৰি কৰা হৈছিল।

যোৱাটো বৰ্ষৰ ডিচেম্বৰলৈকে পিঁয়াজৰ দৰ প্ৰতি কিলোগ্ৰামত ৮০টকালৈকে বৃদ্ধি পাইছিল। পাছত পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাত চলিত বছৰৰ মাৰ্চত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছিল।

ভাৰেত ২০১৯-২০ বিত্তীয় বৰ্ষত মুঠ ৩২৮কোটি ডলাৰ মূল্যৰ পিঁয়াজ তথা ১১২কোটি ডলাৰ মূল্যৰ শুকান পিঁয়াজ ৰপ্তানি কৰিছে।

চৰকাৰী হিচাপ অনুসৰি আগষ্ট মাহত দেশৰ খুচুৰা বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ৬.৬৯শতাংশলৈ বৃদ্ধি পাইছে।

গ্ৰাহক মূল্য সূচকাংক অনুসৰি, যোৱা মাহত খাদ্যবস্তুৰ মুদ্ৰাস্ফীতিৰ হাৰ ৯.০৫শতাংশ হ্ৰাস পাইছে। তথাপি, আগষ্টত সামগ্ৰিক খাদ্য তথা পানীয়ৰ মৃল্যবৃদ্ধিৰ হাৰ ৮.৩শতাংশ বৃদ্ধি পায়।

ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিচাৰ্ছৰ প্ৰধান অৰ্থনীতিবিদ সুনীল কুমাৰ সিনহাই জানিবলৈ দিয়ে যে ছেপ্টেম্বৰত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ কমেও ৪.৫শতাংশ হ্ৰাস নাপালে আগন্তুক তিনিমাহত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ৬শতাংশ অতিক্ৰম কৰি যাব।

সেয়েহে, মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰাৰ পদক্ষেপ হিচাপেই কেন্দ্ৰীয় চৰকাৰে পিঁয়াজৰ ৰপ্তানিত নিষধাজ্ঞা আৰোপ কৰাৰ দৰে সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে।

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd