• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীৰ উপ-মুখ্য মন্ত্ৰী মনীষ চিছোদিয়া কোভিড প’জিটিভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 14, 2020 10:05 pm

1 min read

দিল্লীৰ উপ-মুখ্য মন্ত্ৰী মনীষ চিছোদিয়া কোভিড প’জিটিভ
334
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ উপ-মুখ্য মন্ত্ৰী মনীষ চিছোদিয়াৰ শৰীৰত সোমবাৰে ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

দিল্লী চৰকাৰৰ মন্ত্ৰী গৰাকীয়ে টুইটাৰযোগে নিজে ক’ৰ’না সংক্ৰমিত হোৱা বুলি প্ৰকাশ কৰে।

দেওবাৰৰ নিশাৰ ভাগৰ পৰা সাধাৰণ জ্বৰত আক্ৰান্ত হৈ থকা বাবে দিল্লীৰ উপ-মুখ্য মন্ত্ৰী গৰাকীয়ে ক’ৰ’নাৰ পৰীক্ষা সম্পন্ন কৰে আৰু প’জিটিভ হিচাপে চিনাক্ত হয়।

ক’ৰ’নাৰ পৰীক্ষাৰ ফলাফল প’জিটিভ হোৱাৰ পাছতে মনীষ চিছোদিয়াই নিজকে চেল্ফ আইছ’লেশ্যনত ৰাখিছে বুলি জানিবলৈ দিয়ে।

জানিব পৰা মতে, জ্বৰৰ বাবেই উপ-মুখ্য মন্ত্ৰী গৰাকীয়ে সোমবাৰে দিল্লী বিধানসভাত অনুষ্ঠিত হোৱা বিশেষ এদিনীয়া অধিবেশনত অংশগ্ৰহণৰ পৰা বিৰত আছিল।

‘‘বৰ্তমান মোৰ শৰীৰত জ্বৰ নাই আৰু কোনোধৰণৰ জটিলতা নাই, মই বৰ্তমান সময়ত সম্পুৰ্ণ সুস্থ আছো। আশাকৰো আপোনালোকৰ সুভকামনা আৰু আশীৰ্বাদৰ ফলত সোনকালে মই কামলৈ উভতিব পাৰিম,’’ উপ-মুখ্য মন্ত্ৰী চিছোদিয়াই টুইটাৰত এইদৰে লিখে।

উল্লেখযোগ্য যে, মনীষ চিছোদিয়াৰ পূৰ্বে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী গৰাকীৰ লগতে ভালেকেইগৰাকী বিধায়কৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd