উত্তৰ-পূব

অখিলৰ খবৰ ন’ললে স্বাস্থ্য মন্ত্ৰীয়ে : নিৰন্তৰে খবৰ লৈ আছে অসুস্থ আজমল, সুস্মিতাৰ!

মুম্বাইৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বদৰুদ্দিন আজমলৰ নিৰন্তৰ খবৰ লৈ আছে অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজমলৰ...

Read moreDetails

অসম সন্তান বৰপেটাৰ গৌৰাংগলাল দাস টাইৱানত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত নিযুক্ত

বৰপেটাৰ সুযোগ্য সন্তান গৌৰাংগলাল দাসক টাইৱানত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাবে নিযুক্তি দিয়া হৈছে ৷ ১৯৯১ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত...

Read moreDetails

ক’ৰ’ণাত আক্ৰান্ত অভিনেতা অনুপম খেৰৰ মাতৃ, ভাতৃ, খুলশালী আৰু ভতিজী

ক’ৰ’ণা ভাইৰাছে এতিয়া বলীউডতো ত্ৰাসৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ বিগ-বি অমিতাভ বচ্চন আৰু অভিষেক বচ্চন ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰে চাঞ্চল্যৰ...

Read moreDetails

জাঁজীমুখত বানপানীৰ তাণ্ডৱ; বানৰ বিভীষিকাৰ মাজত আৱদ্ধ হৈ পৰিছে শ শ বনৰীয়া হাতী

যোৰহাট জিলাৰ টীয়ক আৰু পূব যোৰহাট ৰাজহ চক্ৰৰ অন্তৰ্গত জাঁজীমুখ অঞ্চলত বানপানীৰ বিভীষিকা আৰম্ভ হৈছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ইতিমধ্যে দুয়োটা...

Read moreDetails

গুজৰাট কংগ্ৰেছৰ সভাপতি পদত পাটিদাৰ নেতা হাৰ্দিক পেটেল

বি জে পিৰ অভেদ্য দূৰ্গত পৰিণত হোৱা গুজৰাটত ভেটি সৱল কৰাৰ লক্ষ্যৰে গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হিচাবে নিযুক্তি দিয়া হৈছে...

Read moreDetails

অধিবক্তা হাজিৰ হওক বা নহওক, ৰায় দিবই লাগিব : উচ্চতম ন্যায়ালয়

অপৰাধ গোচৰত শাস্তিৰ বিৰুদ্ধে আবেদন দাখিলৰ পাছত যদি অভিযুক্ত তথা প্ৰতিপক্ষৰ অধিবক্তা হাজিৰ নাথাকে তেতিয়াহ’লেও আবেদন খাৰিজ নকৰি ইয়াক মেৰিটৰ...

Read moreDetails

দেশত বতাহৰ গতিত বাঢ়িছে ক’ৰ’ণাৰ সংক্ৰমণ, ২৪ ঘন্টাত আক্ৰান্ত ২৮,৬৩৭ গৰাকী

লক ডাউন,সামাজিক দূৰত্ব,মাস্ক পৰিধান কোনো ব্যৱস্থাই যেন ৰোধ কৰিব পৰা নাই দেশত মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণ। দেশত এতিয়া বতাহৰ...

Read moreDetails

মোৰ গাটো খুব বেয়া; ইমান কষ্ট পাইছো : কোভিড আক্ৰান্ত অখিল

কালি বিয়লিৰ ভাগত দেহত কৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰা অখিল গগৈক মাজনিশা GMCH ত ভৰ্তি কৰোৱা হয়। কটকটীয়া  নিৰাপত্তা বেষ্টনীৰ...

Read moreDetails

সন্মুখত নিৰ্বাচন; হাফপেন্ট পিন্ধি পানীত নামিল মন্ত্ৰী চন্দন ব্ৰহ্ম

ৰাজ্যৰ বহু জিলা এতিয়া পানীৰ তলত। ব্যতিক্ৰম হোৱা নাই চিৰাং জিলাতো। চিৰাঙৰ দুটাকৈ ৰাজহ চক্ৰ ক্ৰমে চিডলী আৰু বিজনীত বানে...

Read moreDetails

প্ৰতিজ্ঞা ভংগ! অৱশেষত মাস্ক পিন্ধিলে ডোনাল্ড ট্ৰাম্পে

মাৰ্কিন ৰা্ষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যেন মাস্ক নিপিন্ধাৰ কিবা প্ৰতিজ্ঞাহে কৰিছিল। ক’ৰ’ণা ভাইৰাছে আমেৰিকাত মহা সংহাৰৰ সৃষ্টি কৰাৰ সময়তো দেশ খনৰ...

Read moreDetails
Page 3268 of 6183 1 … 3,267 3,268 3,269 … 6,183

Stay Connected

Recent News