DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কোভিড-মুক্তিৰ দিশে বিশ্ব! : মানৱ দেহত পৰীক্ষা আৰম্ভ হৈছে ভাৰতৰ দুটা ভেকিচন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2020 12:23 pm
14.8k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না সন্ত্ৰাসত ত্ৰস্তমান সমগ্ৰ বিশ্ব। এতিয়াও আৱিস্কাৰ হোৱা নাই কোভিড১৯ৰ প্ৰতিষেধক।

এই ক’ৰ’নাৰ প্ৰতিষেধক আৱিস্কাৰত ব্যস্ত বিশ্ব চিকিৎসা বিজ্ঞানীসকল।

তেনে সময়তে চলিত সপ্তাহত মানৱ দেহত পৰীক্ষা সম্পন্ন কৰা হৈছে ভাৰতৰ দুটা ভেকচিন।

এই ভেকচিন দুটা হৈছে Zydus Cadila আৰু ভাৰত বায়’টেকৰ সম্ভাৱ্য ভেকচিন Covaxinel ।

Zudus Cadila আনুষ্ঠানিক ভাৱে জনাইছে যে তেওঁলোকৰ ভেকচিন ZyCoV-D মানৱ শৰীৰত পৰীক্ষা কৰা হৈছে।

সংস্থাটোৰ অধ্যক্ষ পংকজ পেটেলে জনাইছে যে, কোভিড-১৯ৰ বিৰুদ্ধে ই এটি অতি গুৰুত্বপূৰ্ণ পদক্ষেপ।

ইতিমধ্যে প্ৰি-ক্লীনিকেল ট্ৰায়েলত ZyCoV-D নিৰাপদ প্ৰমাণিত হৈছে।

আনহাতে যোৱা মঙলবাৰে ICMR ৰ সাধাৰণ সঞ্চালক অধ্যাপক বলৰাম ভাৰ্গৱে এই সম্পৰ্কে কয়, ‘বিশ্ববাসীক এই মহামাৰীৰ পৰা ৰক্ষা কৰা আমাৰ নৈতিক দায়িত্ব। সেয়ে এই ভেকচিনৰ ফাষ্ট-ট্ৰেকিং অতি জৰুৰী।’

তেওঁৰ মতে দুয়োটি ভেকচিনেই এন্দুৰ আৰু শহা পহুৰ শৰীৰত কৰা পৰীক্ষাত সফল হৈছে আৰু এতিয়া মানৱ শৰীৰত পৰীক্ষা আৰম্ভ হৈছে।

Tags: COVID-19

Recent News

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ULFA-I commander killed in encounter

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)-আৰক্ষীৰ সংঘৰ্ষ: আলফা কামাণ্ডাৰ উদয় অসম নিহত

cow hug day

‘গো আলিংগন দিৱস’লৈ সঁহাৰি সঞ্জয় ৰাউটৰ: আদানীক বিজেপিৰ পবিত্ৰ গৰু আখ্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd