উত্তৰ-পূব

চাৰিশৰ দিশে অসমত ক’ভিড-১৯ আক্ৰান্ত, দেওবাৰে চিনাক্ত ৪৬

আৰু চৈধ্যগৰাকী ব্যক্তি দেওবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে; মুঠ আক্ৰান্ত ৩৯২লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ চিনাক্ত আক্ৰান্তসকলৰ পাঁচগৰাকী হোজাইৰ, পাঁচগৰাকী...

Read moreDetails

হাজোত পথৰ ওপৰতে মৰিয়াই হত্যা শাক-পাচলিৰ ব্যৱসায়ীক

এগৰাকী শাক-পাচলি ব্যৱসায়ীক পথৰ ওপৰতে মৰিয়াই হত্যা কৰাৰ এক ভয়ংকৰ ঘটনা দেওবাৰে পোহৰলৈ আহে। যোৱা ২২ মে'ত হাজোৰ মনাকুচি গাঁৱত...

Read moreDetails

চিৰিয়াখানাৰ ভিতৰত ভালুকক পানীত ডুবাই মৰাৰ চেষ্টা এজন নিচাসক্ত যুৱকৰ

চিৰিয়াখানাৰ ভিতৰত এজন নিচাসক্ত যুৱকে এটা ভালুকক পানীত ডুবাই মৰাৰ চেষ্টা চলোৱা ভিডিঅ’ ভাইৰেল হোৱাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি...

Read moreDetails

অৰুণাচল প্ৰদেশত নতুন ক’ভিড-১৯ পজিটিভ চিনাক্ত

এজন ছাত্ৰ দেওবাৰে অৰুণাচল প্ৰদেশত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। ছাত্ৰজন যোৱা ১৮ মে’ত দিল্লীৰ পৰা অৰুণাচল প্ৰদেশলৈ ঘূৰি আহিছিল। স্বাস্থ্য...

Read moreDetails

গোৱালপাৰাৰ লালাবড়ীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন; বন বিভাগৰ বিৰুদ্ধে ক্ষোভ

গোৱালপাৰা জিলাত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে বনৰীয়া হাতী মানুহৰ সংঘাত। জিলাখনৰ মৰণৈ থানাৰ অন্তৰ্গত লালাবড়ী বামুনবড়ীত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী...

Read moreDetails

JNUৰ অসমীয়া ছাত্ৰী দেবাংগনা কলিতাসহ সহপাঠীক গ্ৰেপ্তাৰ কাৰ্যক গৰিণা বিৰোধী দলপতি আৰু AJYSPৰ

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীয়ে শনিবাৰে (২৩ মে’) জৱাহাৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমৰ এগৰকী ছাত্ৰীক...

Read moreDetails

অসমত ৩৭৮লৈ বৃদ্ধি ক’ভিড ৰোগী, আৰু ২০গৰাকী চিনাক্ত

অসমত ৩৭৮লৈ বৃদ্ধি কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা। এইবাৰ নলবাৰীৰ ৬ গৰাকী, কামৰূপ ৫ গৰাকী, হোজাই ৪ গৰাকী, কামৰূপ (মঃ) ২...

Read moreDetails

বানপানীৰ কৱলত ৰাজ্যৰ চাৰি জিলাৰ ১০ হাজাৰৰো অধিক লোক, ২৩ হাজাৰ পশুধন আক্ৰান্ত

ক’ৰ’নাতংকৰ সমান্তৰালভাৱে ৰজ্যত আৰম্ভ হৈছে বানপানীৰ আতংক। চুবুৰীয়া ৰাজ্য পশ্চিমবংগ, ওড়িশাত সামুদ্ৰিক চাইক্ল’ন আম্ফানে তচনচ কৰি যোৱাৰ পিছত যোৱা তিনিদিন...

Read moreDetails

আৰু ছজন ক’ভিড-১৯ পজিটিভ, অসমত মুঠ ৩৫৮

আৰু ছগৰাকী ব্যক্তি দেওবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে; মুঠ আক্ৰান্ত ৩৫৮লৈ বৃদ্ধি পাইছে। আটাইকেইজন আক্ৰান্ত সৰুসজাই কুৱাৰেণ্টিন কেন্দ্ৰৰ। ইয়াৰে...

Read moreDetails

‍‘দেশজুৰি কংগ্ৰেছে আগবঢ়োৱা সাহায্য-সহযোগিতা বন্ধ কৰক’, বিজেপিৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছৰ

শেহতীয়াকৈ চৰকাৰে সমষ্টি ভিত্তিক কোৱাৰেন্টাইন চেন্টাৰ পৰিচালনা সমিতি গঠন কৰোঁতে বিধানসভাৰ বিৰোধী দলপতিয়ে প্ৰতিনিধিত্ব কৰা নাজিৰা সমষ্টিত দলীয় কৰ্মীক গুৰুত্ব...

Read moreDetails
Page 3452 of 6186 1 … 3,451 3,452 3,453 … 6,186

Stay Connected

Recent News