উত্তৰ-পূব

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

বিজেপিয়ে কংগ্ৰেছৰ শাসনকালত অসমীয়া মানুহে ভাবুকিৰ সন্মুখীন হোৱা বুলি মূল শ্ল’গান হিচাপে লৈ ২০১৬ চনৰ পৰাই অসমীয়া জাতি, মাটি, ভেটি...

Read moreDetails

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

ধুবুৰী জিলাৰ আৱৰ্ত্ত ভৱনৰ প্ৰাচীৰত দেখা দিয়া ৰহস্যজনক দেৱাল লিখনেই অঞ্চলটোৰ সাধাৰণ নাগৰিকৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। এই ঘটনাই স্থানীয়...

Read moreDetails

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

বহিৰাগত বণিকগোষ্ঠীক দিবলৈ অসমৰ খিলঞ্জীয়া জনগণৰ পৰা ভূমিৰ অধিকাৰ কাঢ়ি লৈছে বিজেপি নেতৃতাধীন চৰকাখনে। এইবাৰ আদানী গ্রুপক বিটিআৰৰ অন্তৰ্গত পৰ্বতঝৰাত...

Read moreDetails

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ‘ফ্লাইঅভাৰৰ চিএম’ নাম দিছে : গৃহ বিভাগৰ স্বৰূপ উদঙালে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগ সঠিকভাৱে পৰিচালনা কৰাত ব্যৰ্থ হৈছে। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰক্ষী আধুনিকীকৰণৰ বাবে দিয়া পুঁজিৰ...

Read moreDetails

সাংসদ অজিত কুমাৰ ভূঞাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তলব কৰাকলৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ৰাজ্যসভাৰ সাংসদ তথা ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাক তদন্তৰ নামত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তলব কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া...

Read moreDetails

বঙাইগাঁও প্ৰশাসনে ২৭টা পৰিয়ালক উচ্ছেদ কৰিলে সৃজংগৰামৰ বেদখল কৰা সত্ৰৰ ভূমিৰ পৰা

সৃজনগ্ৰামৰ ৬ নং ভাণ্ডাৰাত অৱস্থিত শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ চৌহদৰ পৰা দুটা দশকৰো অধিক সময় ধৰি অবৈধভাৱে দখল...

Read moreDetails

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

দেওবাৰে কলিয়াবৰৰ জয়ন্তীপুৰ মৰিয়া গাঁৱৰ সমীপৰ কলং নদীৰ পাৰৰ পৰা স্থানীয় ৰাইজে উদ্ধাৰ কৰে এটা আঘাতপ্ৰাপ্ত হৰিণ। আঘাতৰ ফলত এটা...

Read moreDetails

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

সোমবাৰে পুৱা গোৱালপাৰা জিলা প্ৰশাসনে হাচিলা বিল অঞ্চলৰ প্ৰায় ১৫০০ বিঘা বেদখল কৰা চৰকাৰী ভূমি উদ্ধাৰ কৰিবলৈ ব্যাপক উচ্ছেদ অভিযান...

Read moreDetails

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

শিৱসাগৰ জিলাৰ ভটিয়াপাৰ বাৰীচুকস্থিত অ’এনজিচিৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ৰীগ নং RDS-147ৰ পৰা বিগত চাৰি দিন ধৰি ধাৰাসাৰ গেছ নিৰ্গত হৈ আছে।...

Read moreDetails

চোৰাং চিকাৰৰ ঘটনাত সন্ধানহীন ১.৮ কেজি ওজনৰ হাতীৰ দাঁত উদ্ধাৰ ডিগবৈ বন বিভাগৰ

তিনিচুকীয়া জিলাৰ ডিগবৈৰ লক্ষীপথাৰত সোমবাৰে পুৱা ১.৮ কিলোগ্ৰাম ওজনৰ ১.৬ ফুট দৈৰ্ঘ্যৰ হেৰুৱা হাতীৰ দাঁত এটা উদ্ধাৰ কৰি ডিগবৈ বন...

Read moreDetails
Page 443 of 6160 1 442 443 444 6,160

Stay Connected

Recent News