উত্তৰ-পূব

অথলে গ’ল হাৰ্দিকৰ অনন্য অভিলেখ; পন্থৰ ব্যৰ্থতাৰ দিনটোত লক্ষ্ণৌৰ জয়ৰ নায়ক মাৰ্চ-মাৰ্কৰাম

তেওঁ ২৭ কোটিৰ তাৰকা। কেৱল অধিনায়ক হিচাপেই নহয়, বেটছমেন হিচাপেও তেওঁৰ পৰা ফ্ৰেঞ্চাইজিৰ মালিকৰ পৰা অনুৰাগীলৈকে সকলোৰে আশা বহুত। কিন্তু...

Read moreDetails

গুৱাহাটীত বিহু কৰ্মশালাৰ আয়োজন কৰিছে কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৱে

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰো ‎‎(চিবিচি)ৰ উদ্যোগত ২০২৫ চনৰ ৭ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ...

Read moreDetails

গৌৰৱ গগৈৰ হৈ দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই : কিন্তু কিয়?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকসভাত ৱাকফ সংশোধনী বিধেয়কৰ বিতৰ্কৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে সংসদত প্ৰদান কৰা ভাষণটো লজ্জাজনক বুলি অভিহিত...

Read moreDetails

ড’নাল্ড ট্ৰাম্পৰ শুল্ক নীতিয়ে ভাৰতত কি প্ৰভাৱ পেলাব? জনালে RBIৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতকে ধৰি প্ৰায় ৬০খন দেশৰ ওপৰত পাৰস্পৰিক শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। ভাৰতৰ ওপৰত ২৭ শতাংশ...

Read moreDetails

গুৱাহাটীত আশ্চৰ্যকৰ ঘটনা! দৃষ্টিহীন হোৱাৰ বাবেই সংগীতজ্ঞ ঋতম চাংকাকতিক উবেৰত উঠাবলৈ অস্বীকাৰ চালকৰ

বিশিষ্ট সংগীতজ্ঞ, টেক অনুৰাগী তথা কিবৰ্ড শিক্ষক হিচাপে পৰিচিত গুৱাহাটীৰ দৃষ্টিহীন যুৱক ঋতম চাংকাকতিয়ে যোৱা ০৩ এপ্ৰিলত জিমৰ অন্তত ঘৰলৈ...

Read moreDetails

কৃত্ৰিম বুদ্ধিমত্তাত ১.৪ বিলিয়ন ডলাৰৰ ব্যক্তিগত বিনিয়োগেৰে দশম স্থানত ভাৰত: ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশ তথ্য

ইউএনচিটিএডিৰ ২০২৫ চনৰ প্ৰযুক্তি আৰু উদ্ভাৱন প্ৰতিবেদনত এআই বিনিয়োগ আৰু প্ৰযুক্তিৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰা হৈছে। ২০২৩...

Read moreDetails

অন্ত পৰিল জল্পনা-কল্পনাৰ! বাংলাদেশৰ ক্ষমতা সলনিৰ পিছত প্ৰথমবাৰৰ বাবে মোডীক সাক্ষাৎ কৰিলে ইউনুছে

শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত প্ৰথমবাৰৰ বাবে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে সাক্ষাৎ...

Read moreDetails

ৱাল ষ্ট্ৰীটত বিৰাট পতন! কোভিডৰ পিছত প্ৰথমবাৰৰ বাবে আমেৰিকাত মুদ্ৰাস্ফীতিৰ আশংকা; তথাপি নিৰুদ্বেগ ট্ৰাম্প

ৱাল ষ্ট্ৰীটত আমেৰিকাৰ শ্বেয়াৰ বজাৰত বিৰাট পতন ঘটিছে। এয়া কোভিড অতিমাৰীৰ পিছত আমেৰিকাৰ অৰ্থনীতিত প্ৰথমটো বৃহৎ আঘাত। অৱশ্যে আমেৰিকাৰ অৰ্থনীতি...

Read moreDetails

আইআৰচিটিচি-ৰ বিশেষ উত্তৰ-পূব ভ্ৰমণৰ বাবে ৰেলৰ টিকটত ৩৩% ৰেহাই; কিদৰে লাভ কৰিব এই সুবিধা?

ভাৰতীয় ৰে’লৱেৰ পৰ্যটন শাখা ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প’ৰেশ্যন (আই আৰ চি টি চি)ৰ উদ্যোগত পৰ্যটকৰ বাবে এক বিশেষ...

Read moreDetails

মৰ্মান্তিক! কুঁৱা চাফা কৰি থকা অৱস্থাত বিষাক্ত গেছত শ্বাসকষ্টত ভূগি ৮ জনৰ মৃত্যু

উৎসৱৰ প্ৰস্তুতি চলি থকাৰ মাজতে মধ্যপ্ৰদেশৰ এখন গাঁওত বিষাদৰ ছাঁ নামিছে। গংগৌৰ উৎসৱৰ বাবে চাফা কৰি আছিল কুঁৱাটো। সেই কুঁৱাটো...

Read moreDetails
Page 492 of 6133 1 491 492 493 6,133

Stay Connected

Recent News