তৃণমূল পৰ্যায়ত জনগণৰ কল্যাণ সাধন কৰিবলৈ পঞ্চায়ত সমূহলৈ আহ্বান ছিকিমৰ মুখ্য মন্ত্ৰীৰ

তৃণমূল পৰ্যায়ত সকলো লোকৰে আশা-আকাংক্ষাসমূহ পূৰণ কৰিবলৈ ছিকিমৰ মুখ্য মন্ত্ৰী পবন ছামলিঙে ৰাজ্যখনৰ সকলো পঞ্চায়তলৈ আহ্বান জনাইছে। তেওঁ পঞ্চায়তসমূহক চৰকাৰৰ সকলো...

Read moreDetails

ছিকিম ক্ৰন্তিকাৰী মঞ্চৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব জি এছ গোলে

ছিকিম ক্ৰন্তিকাৰী মঞ্চৰ মুখপাত্ৰ জেকব খালিঙে আত্মবিশ্বাসেৰে দাবী কৰিছে যে জি এছ গোলে ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী...

Read moreDetails

ৰাজ্যজুৰি নিম্ন গৰ্ভাশয় কৰ্কটৰ ছিটা প্ৰদান কাৰ্যসূচী প্ৰৱৰ্তন কৰা প্ৰথম ৰাজ্য হ’ব ছিকিম

মহিলাসকলৰ নিম্ন গৰ্ভাশয়ৰ কৰ্কট (cervical cancer) ওপৰত এটা ছিটা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছে ছিকিম। অহা ৩০ জুলাইত ছিকিমৰ আটাইকেইখন...

Read moreDetails

ৰঞ্জী ট্ৰফীৰ লগতে ৰাষ্ট্ৰীয় ক্ৰিকেট টুৰ্ণামেণ্ট খেলিবলৈ সাজু পাহাৰীয়া ৰাজ্য ছিকিম

এতিয়াৰে পৰা ভাৰতীয় ক্ৰিকেট প্ৰেমীয়ে ঘৰুৱা ক্ৰিকেট টুৰ্ণামেণ্টত উপভোগ কৰিব পাৰিব নতুন দলৰ খেল তথা নতুন তাৰকা। হয়, ২০১৮-১৯ বৰ্ষত...

Read moreDetails

পূৰ্ণ গতিত চলাই আছো বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি : বাইচুং ভূটীয়া

ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক তথা অৰ্জুন বঁটা প্ৰাপকৰ লগতে  হামৰো ছিকিম পাৰ্টি (এইচ এচ পি)ৰ উপ সভাপতি বাইচুং ভুটীয়াই...

Read moreDetails

অনূৰ্ধ্ব ১৭ ভাৰতীয় মহিলা ফুটবল দলৰ প্ৰস্তুতি শিবিৰলৈ ছিকিমৰ কৰিশ্মা ৰায়

ফুটবল, হকী, বক্সিং, ভাৰোত্তলন, এথলেটিকছকে ধৰি বিভিন্ন খেলত এতিয়া ভাৰতীয় দলত প্ৰভুত্ব বিস্তাৰ কৰিছে উত্তৰ-পূবৰ খেলুৱৈয়ে। বিশেষভাৱে উত্তৰ-পূবৰ যুৱতীয়ে ৰাষ্ট্ৰীয়...

Read moreDetails

ৰেনজং এফ চি আৰু কুমাৰ স্প’ৰ্টিং ক্লাবৰ মাজৰ খেলেৰে আৰম্ভ ছিকিম দ্বিতীয় ডিভিজন ফুটবল লীগ

সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে পালজৰ ষ্টেডিয়ামত আৰম্ভ হয় ছিকিম ফুটবল এছ’চিয়েশ্যনে আয়োজন কৰা ছিকিম দ্বিতীয় ডিভিজন ফুটবল লীগ। ৰেনজং ফুটবল...

Read moreDetails

ছিকিম ‘গ্ৰীণ এম্বেছেডৰ’ৰ আনুষ্ঠানিক স্বীকৃতি বলিউড কণ্ঠশিল্পী মোহিত চৌহানক

ছিকিমৰ গ্ৰীণ এম্বেছেডৰ হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰিলে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী মোহিত চৌহান। যোৱা ২১ জুনত এইগৰাকী কণ্ঠশিল্পীক ছিকিম চৰকাৰে...

Read moreDetails

লেতেৰা : স্বচ্ছ সৰ্বেক্ষণৰ জৰীপত পুতৌজনকভাৱে ২৩ সংখ্যক স্থানত অসম

কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ সৰ্বেক্ষণৰ ওপৰত চলোৱা জৰীপ অনুসৰি অসমৰ প্ৰদৰ্শন অত্যন্ত হতাশাজনক। ৰাজ্যভিত্তিক সমীক্ষাত গড় নম্বৰৰ তালিকাত অসমে ২৩ সংখ্যক...

Read moreDetails

বিভিন্ন ক্ৰীড়া কাৰ্যসূচীৰ জৰিয়তে ২৩ জুনত ‘অলিম্পিক দিৱস’ পালন কৰিবলৈ সাজু ছিকিম

অহা ২৩ জুনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ লগতে ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনেও দেশজুৰি উদযাপন কৰিব 'অলিম্পিক দিৱস' । এই দিৱসৰ প্ৰতি লক্ষ্য...

Read moreDetails
Page 11 of 27 1 10 11 12 27

Stay Connected

Recent News