• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ৰেনজং এফ চি আৰু কুমাৰ স্প’ৰ্টিং ক্লাবৰ মাজৰ খেলেৰে আৰম্ভ ছিকিম দ্বিতীয় ডিভিজন ফুটবল লীগ

সাগৰ ছেত্ৰী by সাগৰ ছেত্ৰী
June 26, 2018 11:26 am
football-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে পালজৰ ষ্টেডিয়ামত আৰম্ভ হয় ছিকিম ফুটবল এছ’চিয়েশ্যনে আয়োজন কৰা ছিকিম দ্বিতীয় ডিভিজন ফুটবল লীগ। ৰেনজং ফুটবল ক্লাব আৰু কুমাৰ স্প’ৰ্টিং ক্লাবৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ আৰম্ভণি মেচত বিজয় সাব্যস্ত কৰে ৰেনজং ক্লাবে।

ইফালে আজি ছিকিম পুলিচ আৰু হাওলাৰছ ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ দ্বিতীয়খন গুৰুত্বপূৰ্ণ মেচ। এইবাৰৰ দ্বিতীয় ডিভিজন লীগত ৫ টা ক্লাবে প্ৰতিদ্বণ্ডিতা আগবঢ়াব।

Apply Now

উল্লেখ্য যে যোৱা বছৰ অনুষ্ঠিত হোৱা চি ডিভিজন লীগত উন্নত মানৰ প্ৰদৰ্শন দাঙি ধৰাৰ বাবে বি ডিভিজনলৈ উন্নীত হৈছে ৰেনজং এফ চি আৰু কুমাৰ স্প’ৰ্টিং ক্লাব। আনহাতে ছিকিম পুলিচ আৰু জংৰী এফ চিয়ে ছিনিয়ৰ ডিভিজনত অতি নিম্নমানৰ প্ৰদৰ্শন দেখুওৱাৰ ফলত বি ডিভিজনলৈ অৱনমীত হ’বলগীয়া হয়।

ছিকিম ফুটবল এছ’চিয়েশ্যনৰ অধ্যক্ষ ড০ সোনম টি এথেনপাই জানিবলৈ দি কয় যে এইবাৰৰ লীগত মুঠ ১০ খন মেচ অনুষ্ঠিত হ’ব আৰু প্ৰত্যেকটো দলে বিপৰীত দলৰ লগত একোখনকৈ খেলত অৱতীৰ্ণ হ’ব।  প্ৰতিযোগিতাত বিজয়ী দলে তিনি পইণ্টকৈ লাভ কৰাৰ বিপৰীতে ড্ৰ খেলিলে লাভ কৰিব ১ পইণ্ট। আৰু এইদৰে যিটো দলে সৰ্বাধিক পইণ্ট সংগ্ৰহ কৰিবলৈ সক্ষম হ’ব সেই দলটোকে লীগৰ চেম্পিয়ন হিচাপে ঘোষণা কৰা হ’ব।

আনহাতে অধ্যক্ষগৰাকীয়ে পুনৰ কয় যে ৫ টা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া লীগৰ শীৰ্ষ দল দুটা অহা বছৰ অনুষ্ঠিত হ’বলগীয়া এ ডিভিজন লীগত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব।

উল্লেখ্য যে সোমবাৰৰ পৰা অনুষ্ঠিত হোৱা বি ডিভিজন লীগৰ চেম্পিয়নৰ খিতাপ দখল কৰা দলটোক নগদ ২০ হেজাৰ টকাসহ আকৰ্ষণীয় ট্ৰফী প্ৰদান কৰা হ’ব।

ইয়াৰ উপৰি এথেনপাই জনায় যে বি ডিভিজন লীগ অন্ত পৰাৰ পাছতে অৰ্থাৎ স্বাধীনতা দিৱস ফুটবল টুৰ্ণামেণ্টৰ পূৰ্বে প্ৰিমিয়াৰ ডিভিজন ষ্টেট লীগ অনুষ্ঠিত কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আঠটা দলৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’ব বহু প্ৰতিক্ষিত প্ৰিমিয়াৰ ডিভিজন ষ্টেট লীগ।

সাগৰ ছেত্ৰী

সাগৰ ছেত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd